ETV Bharat / state

নিজম পৰিল সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী

author img

By

Published : Dec 4, 2020, 3:52 PM IST

শাৰদীয় উৎসৱৰ মহা আয়োজনেৰে ২৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ।

নিজম পৰিল সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী
নিজম পৰিল সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী

মাজুলী,4 ডিচেম্বৰঃ সত্ৰীয়া- সংস্কৃতিৰ প্ৰানকেন্দ্ৰ মাজুলীৰ প্ৰধান ধৰ্মীয় উৎসৱ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসমহোৎসৱৰ সামৰণি পৰিল । শাৰদীয় উৎসৱৰ মহা আয়োজনেৰে ২৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ।

উল্লেখযোগ্য যে, বিভিন্ন ঠাইৰ ভক্ত-দৰ্শকৰ পৰা সদায়েই বিপুল সমাদৰ লাভ কৰা ৰাসমহোৎসৱ এই বছৰো পৰ্যটকৰ আকৰ্ষণীয় হোৱাকৈ আৰু দৰ্শকৰ পৰা সমাদৰ লাভৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সকলো সত্র বা ৰংগমঞ্চই বিভিন্ন কৌশল অৱলম্বন কৰিলে । ক'ৰণা ভাইৰাছৰ বাবে বিগত বৰ্ষৰ তুলনাত বিশ্বৰ ভিন্ন দেশৰ পৰা অহা বিদেশী পৰ্যটকৰ সীমিত সংখ্যকেহে এইবাৰ ভিৰ কৰিলে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত । এই বছৰত সত্র সমূহৰ প্ৰায় ৫১ টা ৰংগমঞ্চত অনুস্থিত হ'ল ৰাস মহোৎসৱ ।

লগতে পঢ়কঃ কয়লা মাফিয়া সত্যনাৰায়ণ আগৰৱালাৰ বাসগৃহত আয়কৰ বিভাগৰ তালাচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.