ETV Bharat / state

অনিৰ্দ্দিষ্ট কাললৈ বন্ধ মাজুলী নিমাতি ফেৰী সেৱা, অফলামুখ পাৰঘাটত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 5, 2022, 10:50 AM IST

Updated : Sep 5, 2022, 2:25 PM IST

বন্ধ হ’ল মাজুলী নিমাতি ফেৰী সেৱা (Majuli Nimati ferry service closed) ৷ আজিৰে পৰা অনিৰ্দ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হ’ল অফলামুখ-নিমাতিৰ মাজত চলাচল কৰা ফেৰী সেৱা ৷ যোৱা কেইবাদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ (Ferry service closed due to heavy rain) ৷ ফলত বন্ধ কৰি দিয়া হৈছে মাজুলী নিমাতি সংযোগী ফেৰী সেৱা ৷

Majuli Nimati ferry service closed due to heavy rain
অনিৰ্দ্দিষ্ট কাললৈ বন্ধ মাজুলী নিমাতি ফেৰী সেৱা

  • বন্ধ হ’ল মাজুলী-নিমাতি ফেৰী সেৱা (Majuli Nimati ferry service closed)
  • আজিৰে পৰা হোৱাকৈ অনিৰ্দ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হ’ল অফলামুখ-নিমাতিৰ মাজত চলাচল কৰা ফেৰী সেৱা
  • পুৱা মাত্ৰ এখন ফেৰী চলাৰ পাছতেই বন্ধ কৰি দিয়া হয় এই ফেৰী সেৱা (Ferry service closed due to heavy rain)
  • যোৱা কেইবাদিনৰ পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ
  • লগতে নদীৰে কাঠ আৰু জাবৰ উটি অহাৰ ফলত হ’ব পৰা যিকোনো বাধাৰ বাবে বন্ধ কৰা হৈছে এই ফেৰী সেৱা
  • ইফালে আগতীয়াকৈ কোনো খবৰ নিদিয়াকৈ ফেৰী সেৱা বন্ধ কৰি দিয়াত যাত্ৰীসকলৰ মাজত লাগিছে হাহাকাৰ
  • ফলত অফলামুখ পাৰঘাটত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ
    অনিৰ্দ্দিষ্ট কাললৈ বন্ধ মাজুলী নিমাতি ফেৰী সেৱা, অফলামুখ পাৰঘাটত উত্তপ্ত পৰিস্থিতি
Last Updated : Sep 5, 2022, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.