ETV Bharat / state

Dengue at Diphu : ডিফুত ভয়াৱহভাৱে বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা

author img

By

Published : Nov 7, 2022, 9:17 AM IST

ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ (Dengue at Diphu) ৷ ডিফু মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন 42 গৰাকী ডেংগু ৰোগী ৷

Dengue at Diphu
ডিফুত ভয়াৱহভাৱে বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা

  • ডিফুত ডেংগুৰ ভয়াবহ সংক্ৰমণ (Dengue at Diphu)
  • ডিফু মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন 42 গৰাকী ডেংগু ৰোগী
  • ডিফু চিকিৎসা মহাবিদ্যালয়ত(Diphu medical college) ডেংগুৰ ৱাৰ্ডত সংৰক্ষিত মুঠ 30 খন বিছনা
  • 7 নৱেম্বৰৰ পৰা 5 দিনলৈ জিলাখনত বিদ্যালয়, মহাবিদ্যালয় বন্ধৰ ঘোষণা
  • ডিফু মিউনিচিপালটি বৰ্ডৰ অধীনস্থ বিদ্যালয়, মহাবিদ্যালয়সমূহ বন্ধৰ ঘোষণা প্ৰধান সচিবৰ(School closed for dengue at Diphu)
  • ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক মিছন সঞ্চালক IAS ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই শনিবাৰৰ বিয়লিৰ পৰা ডিফুত বাহৰ পাতি পৰিস্থিতি পৰ্যালোচনা কৰিছে (Anti Dengue Operation at Diphu)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.