ETV Bharat / state

চাংসাৰি আৰক্ষীৰ জালত দুই গভাইত চোৰ

author img

By

Published : Oct 12, 2020, 1:45 PM IST

Two thief arrested by Changsari police
চাংসাৰি আৰক্ষীৰ জালত দুই গভাইত চোৰ

ট্ৰাকৰ পৰা মিঠাতেল চুৰি হোৱা ঘটনাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক ৷

কামৰূপ, 12 অক্টোবৰ : অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে সমগ্ৰ উত্তৰ কামৰূপ অঞ্চল ৷ এইবাৰ আৰক্ষীৰ অভিযানত চাংসাৰিৰ পাইকানাৰ পৰা আটক প্ৰয়াত লোহিত ডেকাৰ পুত্ৰ মনোজ ডেকা (29) আৰু ডোঁৰাকহৰাৰ মানিক আলীৰ পুত্ৰ ইণ্টাজ আলী (38) ৷ যোৱা 4 অক্টোৱৰত চাংসাৰিৰ পৰা গুৱাহাটীৰ গড়চুক অভিমুখী ML 10 CC-1581 নন্বৰৰ ট্ৰাকখনৰ পৰা মিঠাতেল চুৰি হোৱা ঘটনাৰ গোচৰৰ ভিত্তিত চাংসাৰি আৰক্ষীয়ে আটক কৰিছে দুই অভিযুক্তক ৷

চাংসাৰি আৰক্ষীৰ জালত দুই গভাইত চোৰ

দুয়ো গৰাকী অভিযুক্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মুঠ 36 কাৰ্টন চুৰি মিঠাতেল ৷ অধিক তথ্যৰ বাবে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ যোৰহাট নিমাতীঘাট অভিমুখী ফেৰীত অঘটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.