ETV Bharat / state

পঞ্চম স্থানৰে কামৰূপ জিলালৈ সুনাম কঢ়িয়ালে জ্যোতি বেজবৰুৱাই

author img

By

Published : Jun 6, 2020, 1:15 PM IST

বাইহাটা চাৰিআলিৰ বেজেৰাৰ উদয়ণ শান্তি নিকেতনৰ পৰা সৰ্বমুঠ-589 নম্বৰেৰে এই সফলতা লাভ কৰিছে ছাত্ৰজনে ৷

Interview with 5th rank holder Jyoti Boruah
পঞ্চম স্থানৰে কামৰূপ জিলালৈ সুনাম কঢ়িয়ালে জ্যোতি বেজবৰুৱাই

কামৰূপ,6 জুন: আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পঞ্চম স্থান দখল কৰি কামৰূপ জিলালৈ সুনাম কঢ়িয়াই আনিছে জ্যোতি বেজবৰুৱাই ৷ বাইহাটা চাৰিআলিৰ বেজেৰাৰ উদয়ণ শান্তি নিকেতনৰ পৰা সৰ্বমুঠ-589 নম্বৰেৰে এই সফলতা লাভ কৰিছে ছাত্ৰজনে ৷ ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে ছাত্ৰ জনে ৷ যুৱ প্ৰজন্ম তথা ছাত্ৰ-ছাত্ৰী সকলক পাবজিৰ দৰে খেলৰ পৰা আঁতৰি থকাৰ আহ্বান জনাইছে অংকুৰ জ্যোতি বেজবৰুৱাই ৷

পঞ্চম স্থানৰে কামৰূপ জিলালৈ সুনাম কঢ়িয়ালে জ্যোতি বেজবৰুৱাই

লগতে পঢ়কঃ নৱম স্থানৰে জিলিকিল দৰঙৰ ভৃগুমোহন কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.