ETV Bharat / state

বকোত ৰে'ল লাইনত মহিলাৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Aug 31, 2019, 9:32 AM IST

বকোৰ বামুণীগাঁও ৰে'ল ষ্টেচনৰ সমীপত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ এয়া হত্যা নে আত্মহত্যা এই কথা এই পৰ্যন্ত পোহৰলৈ অহা নাই৷

বকোত ৰেল লাইনত মহিলাৰ মৃতদেহ উদ্ধাৰ

বকো , 31 আগষ্টঃ শুকুৰবাৰে নিশা বকোৰ বামুণীগাঁও ৰে'ল ষ্টেচনৰ সমীপত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ হয় ৷ ৰে'লে কটাৰ ফলত মৃত্যু হয় 18 বছৰীয়া যুৱতী গৰাকীৰ৷

অৱশ্যে এয়া হত্যা নে আত্মহত্যা এই কথা এই পৰ্যন্ত পোহৰলৈ অহা নাই৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷

বকোত ৰেল লাইনত মহিলাৰ মৃতদেহ উদ্ধাৰ
Intro:Body:বকোৰ বামুণীগাঁও ৰে'ল ষ্টেচনৰ সমীপত যোৱা নিশা যুৱতীৰ মৃতদেহ উদ্ধাৰ। ৰে'ল পথত উদ্ধাৰ প্ৰায় ১৮ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহটো। ৰে'লে কাটিলে অচিনাক্ত যুৱতীগৰাকীক। আত্মহত্যা নে হত্যাকাণ্ড পোহৰলৈ অহা নাই বৰ্তমানলৈ। ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.