ETV Bharat / state

ছমৰীয়া সত্ৰৰ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকা

author img

By

Published : Mar 29, 2020, 1:53 PM IST

কৰ’ণাৰ বিৰুদ্ধে যুজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 50 হাজাৰ টকাৰ আগবঢ়ালে ছমৰীয়া সত্ৰই ৷

boko-somoria-satra-50-thusandes-rupes-donate-chife-minister-relive-found
ছমৰীয়া সত্ৰৰ মুখ্যমন্ত্ৰী সাৰ্হায্য পুঁজিলৈ ৫০ হাজাৰ টকা ৷

বকো, 29মাৰ্চ: কৰ’ণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বকোৰ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ সহায়ৰ হাত। মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৫০ হাজাৰ টকাৰ বৰঙণি । এই কথা অৱগত কৰে সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীয়ে । চক্ৰ বিষয়াৰ জড়িয়তে প্ৰেৰণ কৰা হ'ব ঘোষিত সাহাৰ্যৰ ধন।

ছমৰীয়া সত্ৰৰ মুখ্যমন্ত্ৰী সাৰ্হায্য পুঁজিলৈ ৫০ হাজাৰ টকা ৷

লগতে পঢক :টিংখাঙৰ ডিৰাই চাহ বাগিচাত বিশেষ ব্যৱস্থাৰে ৰেচন প্ৰদান

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.