ETV Bharat / state

Vehicle Scrap Policy in Assam: অসমত বাহনৰ বাবে স্ক্ৰেপিং নীতিৰ ঘোষণা

author img

By

Published : Nov 5, 2022, 1:27 PM IST

অসমত প্ৰথমবাৰৰ বাবে বাহনৰ বাবে স্ক্ৰেপিং নীতি ঘোষণা কৰা হৈছে (Vehicle Scrap Policy in Assam) ৷ বাহনৰ স্ক্ৰেপিং নীতি অনুসৰি 15 বছৰ পুৰণি বাহনে পৰিশোধ কৰিব লাগিব সেউজ কৰ ৷

Vehicle Scrap Policy in Assam
Vehicle Scrap Policy in Assam: অসমত বাহনৰ বাবে স্ক্ৰেপিং নীতিৰ ঘোষণা

  • অসমত প্ৰথমবাৰৰ বাবে বাহনৰ বাবে স্ক্ৰেপিং নীতি ঘোষণা
  • 15 বছৰ পুৰণি বাহনৰ বাবে এই নীতি ঘোষণা
  • বাহনৰ স্ক্ৰেপিং নীতি অনুসৰি পৰিশোধ কৰিব লাগিব সেউজ কৰ
  • প্ৰথমে এই নীতিত অন্তৰ্ভুক্ত হ’ব চৰকাৰী বাহনসমূহ
  • পৰ্যায়ক্ৰমে বাণিজ্যিক বাহন আৰু ব্যক্তিগত বাহনসমূহো অন্তৰ্ভুক্ত হ’ব এই নীতিত
  • কে ডি ইক’চিষ্টেম নামৰ প্ৰতিষ্ঠানটোৱে বাহনসমূহ স্ক্ৰেপ কৰিব
  • ভাৰত চৰকাৰৰ R.V.S.F ৰ অধীনত বাহনসমূহৰ স্ক্ৰেপ কৰা হ’ব
  • স্ক্ৰেপিঙৰ প্ৰমাণপত্ৰ লাভ কৰা বাহনৰ গৰাকীয়ে লাভ কৰিব চৰকাৰী মূল্য
  • পৰিবহণ বিভাগৰ ৫ খন বাহনেৰে শুভাৰম্ভণি কৰা হয় এই নীতিৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.