ETV Bharat / state

'Hypertension'ৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব?

author img

By

Published : May 18, 2019, 3:18 AM IST

গুৱাহাটী প্ৰেছ ক্লাৱত 'Heart care Society of Assam'ৰ সভাপতি ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই সম্বোধন কৰা এক সংবাদমেলত Hypertensionত ভোগা ৰোগীলৈ আগবঢ়ালে কিছু পৰামৰ্শ ৷

'Hypertension'ৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব?

গুৱাহাটী,18 মেঃ 17 মে তাৰিখে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় 'World hypertension day' ৷ গুৱাহাটীৰ প্ৰেছ ক্লাৱটো 'World hypertension day' উপলক্ষে 'Heart care Society of Assam'য়ে আয়োজন কৰে এক সংবাদমেলৰ৷ সংবাদমেল সম্বোধন কৰে ছচাইটি খনৰ সভাপতি ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই ৷

'Hypertension'ৰ পৰা মুক্তি পাবলৈ আপুনি কি কৰিব?

আজিৰ জীৱন প্ৰণালীত কেনেদৰে মানুহে নিজৰ স্বাস্থ্য প্ৰতি কি দৰে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত তথা Hypertensionৰ কাৰণ,প্ৰতিকাৰ আদি সম্বন্ধে সংবাদমেলত উল্লেখ কৰে ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই ৷

Intro:আজি ৱৰ্ল্ড হাইপাৰ টেনশ্যন ডে। যান্ত্ৰীকতাৰ জীৱনত তথাকথিত মানুহৰ জীৱন যাপনৰ বাবে বাঢ়ি আহিছে দিনে দিনে বহু বেমাৰ আৰু তাৰে মাজত হাইপাৰটেনশ্যন অন্য এটা। হাইপাৰ টেনশ্যন হৈছে মানুহৰ বাঢ়ি অহা প্ৰেচাৰ লক্ষণ। আজিৰ জীৱন প্ৰণালীত কেনেদৰে মানুহে নিজৰ স্বাস্থ্য প্ৰতি সজাগ হব লাগে অৰ্থাৎ কেনেদৰে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হব লাগে সেই সন্দৰ্ভত গুৱাহাটীৰ প্ৰেছ ক্লাৱত heart care Society of Assam ৰ এখন সংবাদমেল।



Body:heart care Society of Assam ৰ প্ৰেচিডেন্ট ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্যই কলে হাইপাৰ টেনশ্যন ৰ সবিশেষ। খাদ্য প্ৰণালী আৰু মানুহৰ জীৱন প্ৰণালী হাইপাৰ টেনশ্যন ৰ মূল কাৰক।
Bite:-ডঃ নিৰ্মল কান্তি ভট্টাচাৰ্য।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.