ETV Bharat / state

গুৱাহাটীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Feb 16, 2020, 8:50 PM IST

Massive Fire at guwahati near ABC bus stop assam etv bharat news
ভয়ংকৰ অগ্নিকাণ্ড

গুৱাহাটীৰ এবিচি বাছ আস্থানৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ দেওবাৰে সন্ধিয়া সংঘটিত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় এক কাপোৰৰ শ্ব’ৰুমৰ পৰা ৷

গুৱাহাটী,16 ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ এবিচি বাছ আস্থানৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ দেওবাৰে সন্ধিয়া সংঘটিত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় এক কাপোৰৰ শ্ব’ৰুমৰ পৰা ৷ অত্যাধুনিক চিঅ’বিবি ইটালী ফ্লায়িং কালাৰচ এণ্ড ফেশ্বন নামৰ শ্ব’ৰুমটোত সংঘটিত অগ্নিকাণ্ডটোত হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই ৷ লগতে জুইৰ সূত্ৰপাত কেনেকৈ হ’ল সেয়ায়ো নিৰ্ধাৰণ কৰিব পৰা নাই শ্ব’ৰুম কৰ্তৃপক্ষই ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷

ভয়ংকৰ অগ্নিকাণ্ড

লগতে চাওকঃবৰপেটাত আত্মহত্যাৰ চেষ্টা চলোৱা মহিলাক উদ্ধাৰ কৰিলে সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.