ETV Bharat / state

অতি কম মূল্যতে গ্ৰাহকৰ বাবে মুকলি মাৰুতিৰ 'এছ প্ৰেছো'

author img

By

Published : Oct 3, 2019, 6:31 PM IST

অতি কম মূল্যতে গ্ৰাহকৰ বাবে মুকলি মাৰুতিৰ 'এছ প্ৰেছো'

অতি কম মূল্যতে গ্ৰাহকৰ বাবে মুকলি মাৰুতিৰ 'এছ প্ৰেছো'

বিশেষকৈ মধ্যবিত্ত তথা সাধাৰণ লোকৰ বাবে মাৰুতিয়ে অতি কম মূল্যত বজাৰত মুকলি কৰে এই বাহন । পূজা উপলক্ষে বৰ্তমান বাহনখনৰ বজাৰ মূল্য 3.67 লাখ টকা ।

গুৱাহাটী, অক্টোবৰ: ৰাজ্যত এতিয়া উৎসৱৰ বতৰ ৷ শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি মাৰুতিয়ে গ্ৰাহকৰ বাবে মুকলি কৰে এছ. প্ৰেছো নাম নতুন মডেলৰ বাহন ৷ বুধবাৰে মহানগৰীৰ শান্তিপুৰস্থিত মিট্টল মাৰুতি ছুজুকীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই নতুন বাহনখন । বিশেষকৈ মধ্যবিত্ত তথা সাধাৰণ লোকৰ বাবে মাৰুতিয়ে অতি কম মূল্যত বজাৰত মুকলি কৰে এই বাহন । পূজা উপলক্ষে বৰ্তমান বাহনখনৰ বজাৰ মূল্য 3.67 লাখ টকা । অন্য কোম্পানীৰ বাহনৰ তুলনাত কম মূল্যতে গ্ৰাহকে লাভ কৰিব এই অত্যাধুনিক পদ্ধতিৰে নিৰ্মিত বাহনখন । মুকলিৰ পূৰ্বেই বাহনখনৰ যথেষ্ট বুকিং লাভ কৰিছে কোম্পানীটোৱে । এই বাহনখনে খুব কম দিনৰ ভিতৰতে চাৰিচকীয়া বাহনৰ বজাৰত খলকনি তুলিব বুলি আশাবাদী মিট্টল মাৰুতি ছুজুকীৰ স্বত্বাধিকাৰী ৷

Intro:ৰাজ্যত এতিয়া উছৱৰ বতৰ। এই উৎসৱৰ বতৰত সকলোৱে নতুন সামগ্ৰী এপদ কিনিবলৈ ভিৰ কৰিছে বিভিন্ন দোকান-পোহাৰত। শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি মাৰুতিয়ে গ্ৰাহকৰ বাবে মুকলি কৰি দিয়ে এছ. প্ৰেছো নাম নতুন মডেলৰ বাহন। বুধবাৰে মহানগৰীৰ শান্তিপুৰস্থিত মিট্টল মাৰুতি ছুজুকীত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই নতুন বাহনখন। বিশেষকৈ মধ্যবিত্ত তথা সাধাৰণ লোকৰ বাবে মাৰুতি অতি কম মূল্যত বজাৰত মুকলি কৰে। বৰ্তমান পূজা উপলক্ষে ৩.৬৭ লাখ টকা বাহনখনৰ বজাৰ মূল্য। অন্য কোম্পানীৰ বাহনৰ তুলনাত কম মূল্যতে গ্ৰাহকে লাভ কৰিব এই অত্যাধুনিক পদ্ধতিৰে নিৰ্মিত বাহনখন। মুকলিৰ পূৰ্বেই বাহনখনৰ যথেষ্ট বুকিং লাভ কৰিছে কোম্পানীটোৱে। এই বাহনখনে খুব কম দিনৰ ভিতৰতে চাৰিচকীয়া বাহনৰ বজাৰত খলকনি তুলিব বুলি আশাবাদী মিট্টল মাৰুতি ছুজুকীৰ স্বত্বাধিকাৰী।Body:
(note- marketing department news)
Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.