ETV Bharat / state

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত তিনিজনকৈ লোক

author img

By

Published : Mar 6, 2019, 5:10 AM IST

খানাপাৰাত ট্ৰাকৰ খুন্দাত বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাক,সংকটজনক অৱস্থাত চালক-হেণ্ডিমেনৰ লগতে আন এজন লোক

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত তিনিজনকৈ লোক

গুৱাহাটী, 5মাৰ্চ: সোমবাৰে নিশা খানাপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সোণাপুৰৰ পৰা খানাপাৰা অভিমুখে আহি থকা As১১cc৯৪৬৬ নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰাক এখনক একে দিশৰ পৰা অহা AS০৯AC ৫৩৮৭ নম্বৰৰ আন এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে । যাৰ ফলত ৰাজপথতে বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাকখন । দুৰ্ঘটনাটোত চালক-হেণ্ডিমেনৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় । ইতিমধ্যেই আহত লোককেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত তিনিজনকৈ লোক
Slug: A_GHY_6MAR_801_KHANAPARA ACCIDENT_HIRUL HAQUE

নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাকৰ খুন্দাত ৰাজপথত বাগৰি পৰিল আন এখন চিমেণ্ট ভৰ্তি ট্ৰাক। সোণাপুৰৰ পৰা খানাপাৰা অভিমুখে আহি থকা As11cc9466 নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰাক এখনক একে দিশৰ পৰা অহা as 09ac 5387 নম্বৰৰ আন এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে। ফলত ৰাজপথতে বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাকখন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনিজনকৈ চালক-হেণ্ডিমেন। তিনিওজনকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে দুৰ্ঘটনাৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় খানাপাৰাত।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.