ETV Bharat / state

নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা

author img

By

Published : Mar 1, 2021, 12:04 PM IST

A_teok_teok-election-preparation_asc10027
নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা

নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে টীয়কত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ এইবাৰ টীয়ক বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,31,298 গৰাকী ।

টীয়ক,1 মাৰ্চ: নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা ৷ জিলাখনৰ অন্তৰ্গত ১০২নং বিধানসভা সমষ্টিত প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা । ইতিমধ্যে ৰাজহুৱা স্থানত থকা চৰকাৰী আঁচনিসমূহৰ হৰ্ডিং, পোষ্টাৰ আদি আঁতৰাই পেলোৱাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰিছে ।

নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা

এইবাৰ টীয়ক বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,31,298 গৰাকী । সমষ্টিটোত অতিৰিক্ত ২০ টা ভোটগ্ৰহণ কেন্দ্ৰকে ধৰি মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ'ল ১৯১ টা । ইতিমধ্যে সকলো কাম-কাজ চক্ৰ বিষয়াৰ নেতৃত্বত সুচাৰুৰূপে আৰম্ভ হৈছে আৰু সকলো ঠিকে-থাকে চলাই নিবলৈ সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক-দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.