ETV Bharat / state

Fire broke out in Jorhat: বৰ্তমানেও নিৰ্বাপন হোৱা নাই যোৰহাটৰ জুই

author img

By

Published : Dec 22, 2022, 7:25 AM IST

Devastating fire broke out in Jorhat
Fire broke out in Jorhat

বুধবাৰে নিশা প্ৰায় 10:30 বজাত যোৰহাটৰ মাৰোৱাৰীপট্টি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপন হোৱা নাই জুই ৷ কোটি টকাৰ সম্পত্তি জাহ গ’ল এই অগ্নিকাণ্ডত (Fire broke out in Jorhat) ৷

বৰ্তমানেও নিৰ্বাপন হোৱা নাই যোৰহাটৰ জুই
  • যোৰহাটৰ মাৰোৱাৰীপট্টিত ভয়ংকৰ অগ্নিকাণ্ড (Devastating fire broke out in Jorhat town)
  • বুধবাৰে নিশা প্ৰায় 10:30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড
  • জুইৰ লেলিহান শিখাই আগুৰি ধৰে বৃস্তিত অঞ্চল (Fire in Jorhat)

  • বহু সময়লৈকে জুই নিৰ্বাপিত কৰিব পৰা নাই যোৰহাট অগ্নিনিৰ্বাপক বাহিনীয়ে

  • নিশাই যোৰহাটলৈ অগ্ৰসৰ হয় উজনি অসমৰ বিভিন্ন জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী (Fire broke out in Jorhat)

  • অগ্নি নিৰ্বাপনৰ বাবে সহায় লোৱা হৈছে অ’ এন জি ছি আৰু বায়ু সেনা বাহিনীৰ

  • বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপন হোৱা নাই জুই
  • কোটি টকাৰ সম্পত্তি জাহ গ’ল এই অগ্নিকাণ্ডত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.