ETV Bharat / state

লংকাত পুনৰ গাড়ী চুৰিৰ ঘটনা

author img

By

Published : Dec 1, 2020, 12:04 PM IST

শ্ৰী গুৰু হার্ডৱেৰ দোকানৰ সন্মুখৰ পৰা চুৰি হয় এখন টাটা ডি আই গাড়ী ৷ গাড়ীখনৰ নম্বৰ হৈছে AS-02E-9535 ৷

tata trak theft in Lanka
লংকাত পুনৰ সংঘটিত হৈছে গাড়ী চুৰি ঘটনা

হাজাই, 1 ডিচেম্বৰঃ হোজাই জিলাৰ লংকাত পুনৰ সংঘটিত হৈছে গাড়ী চুৰি ঘটনা ৷ লংকা এক নং ৱাদৰ শ্ৰী গুৰু হার্ডৱেৰ দোকানৰ সন্মুখৰ পৰা চুৰি হয় এখন টাটা ডি আই গাড়ী ৷ গাড়ীখনৰ মালিক শ্ৰী গুৰু হার্ডৱেৰ দোকানৰ মালিক গৌতম কুণ্ডৰ ৷

গাড়ীখনৰ নম্বৰ হৈছে AS-02E-9535 ৷ উল্লেখ্য যে,চুৰি হোৱা খবৰ পাইয়ে গাড়ী মালিক গৌতম কুণ্ডৰয়ে লংকা আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে লংকা আৰক্ষীয়ে চুৰি হোৱা গাড়ীখনৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃখানাজানৰ গাৰ্ডৱালৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.