ETV Bharat / state

হোজাইৰ বানপীড়িতলৈ সাহাৰ্য্য

author img

By

Published : Aug 1, 2019, 2:22 AM IST

হোজাইৰ বানপীড়িতলৈ সাহাৰ্য্য

হোজাইৰ বানপীড়িতলৈ সাহাৰ্য্য

হোজাই জিলাৰ লংকা পৌৰসভাৰ উদ্যোগত আৰু সচেতন ৰাইজৰ সহযোগত বানপীড়িতলৈ সহায়ৰ হাত ।

হোজাই,১ আগষ্টঃ হোজাই জিলা লংকা পৌৰ সভাৰ উদ্যোগত আৰু সচেতন ৰাইজৰ সহযোগত বানপীড়িত লোকক সাহাৰ্য্য প্ৰদান । কিছুদিন পূৰ্বে প্ৰলয়ংকাৰী বানে বুৰাই পেলাইছিল অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে বহু অঞ্চল | তাৰে কিছু কিছু অঞ্চলত বানপানী কমিছে যদিও বানাক্ৰান্তই এটুপি খোৱা পানী,খাদ্যবস্তুৰ বাবে বৰ্তমান হাহাকাৰ কৰিব লগা হৈছে | চৰকাৰে বানাক্ৰান্তক সহায় সহযোগিতা কৰাৰ লগতে এন জি অ', চৰকাৰী তথা বিভিন্ন বেচৰকাৰী সংস্থা আদিয়েও সাহাৰ্য্য শিৱিৰৰ জৰিয়তে সহায় সহযোগ কৰা পৰিলক্ষিত হৈছে | তাৰ সমান্তৰালভাৱে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ উদ্দেশ্য লংকা পৌৰ সভাৰ উদ্যোগত আৰু লংকাৰ বিভিন্ন প্ৰান্তৰ সচেতন নাগৰিকৰ সহযোগত লংকাৰ পৰা পঠোৱা হয় খাদ্য সামগ্ৰী,পানীৰ লগতে বিভিন্ন ঔষধ | বিগত বছৰৰ দৰে এইবাৰো লংকাৰ পৰা এটা সজাতি দলে এখন ট্ৰাক আৰু দুখন টাটা মোবাইলত যাৱতীয় সামগ্ৰী নগাওঁ জিলাৰ কামপুৰ বান বিধস্ত অঞ্চললৈ প্ৰেৰণ কৰে |

Intro:বানপীৰিত লোকলৈ সাহাৰ্য্য |
Body:হোজাই জিলা লংকা পৌৰ সভাৰ উদ্যোগত আৰু সচেতন ৰাইজৰ সহযোগত বানপীৰিত লোকলৈ সাহাৰ্য্য |

কিছুদিন পূৰ্বে ৰাজ্যত প্ৰলংকাৰী বানে বুৰাই পেলাইছিল অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে বহু অঞ্চল | তাৰে কিছু কিছু অঞ্চলত বানপানী কমিছে যদিও বানাক্ৰান্তই এটুপি খোৱা পানী,খাদ্য আৰু বস্তৰ বাবে বৰ্তমান হাহাকাৰ কৰিৱ লগা হৈছে | চৰকাৰে বানাক্ৰান্তক সহায় সহযোগিতা কৰাৰ লগতে এন জি অ, চৰকাৰী, বেচৰকাৰী সংস্থা আদিও ৰিলিফ কেম্প পাতি সহাই সহযোগ কৰা পৰিলক্ষিত হৈছে | তাৰ সমান্তৰাল ভাৱে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ উদ্দেশ্য লংকা পৌৰ সভাৰ উদ্যোগত আৰু লংকাৰ বিভিন্ন প্ৰান্তৰ সচেতন নাগৰিকৰৰ সহযোগত লংকাৰ পৰা পঠোৱা হয় খাদ্য সামগ্ৰী,পানী,বস্তৰ লগতে ঔষদ |বিগত বছৰৰ দৰে এইবাৰো লংকাৰ পৰা এটা সজাতি দলে এখন ট্ৰাক আৰু দুখন টাটামৱাইলত যাৱতীয় সামগ্ৰী ভৰাই বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে লৈ গৈছে নগাওঁ জিলাৰ কামপুৰ বান বিদস্থ অঞ্চললৈ |

BYTE: লংকা পৌৰ পতিConclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.