ETV Bharat / state

বিজেপি হৈছে কোম্পানীৰ চৰকাৰ: লুৰিণ জ্যোতি গগৈ

author img

By

Published : Jan 27, 2021, 8:55 PM IST

হাইলাকান্দিত উপস্থিত লুৰিণজ্যোতি গগৈ ৷ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য লুৰিণৰ ৷

ajp-meeting-in-hailakandi
বিজেপি হৈছে কোম্পানীৰ চৰকাৰ: লুৰিণ জ্যোতি গগৈ

হাইলাকান্দি, 27 জানুৱাৰী : 'অসম জাতীয় পৰিষদ'ৰ চৰকাৰ হ'লে মুকলি কৰিব কাছাৰ কাগজকল ৷ এই ঘোষণা 'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । হাইলাকান্দি জিলাৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি এই ঘোষণা সভাপতি গৰাকীৰ ৷ লগতে, তেওঁ কয় যে, বিজেপি চৰকাৰ হৈছে কোম্পানীৰ চৰকাৰ ৷ বিজেপিয়ে কেৱল ডাঙৰ ডাঙৰ কোম্পানীৰ মালিকক চিনি পায় ৷

লুৰিণ জ্যোতি গগৈৰ মন্তব্য

উল্লেখ্য যে, সভাত উপস্থিত থাকে দলটোৰ উপ-সভাপতি সমৰেশ সিং আৰু মন্টু বৰা ৷ ইফালে, আগন্তুক নিৰ্বাচনত বৰাকৰ আটাইকেইটা সমষ্টি দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য লুৰিণৰ ৷

লগতে পঢ়ক : ৰাজস্থানত পুৰস্কাৰ ঘোষিত পলাতক অপৰাধীৰ বাসগৃহ উচ্ছেদ প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.