ETV Bharat / state

ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু অগপৰ মহিলা পৰিষদৰ ৰাজ্যিক নেত্ৰীৰ

author img

By

Published : Sep 10, 2020, 9:56 AM IST

গোলাঘাটৰ প্ৰতিটো সামাজিক কাৰ্যসূচীত জড়িত গীতাঞ্জলি বৰাৰ মৃত্যুয়ে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে ৷

Corona affected Lady Death at Jorhat
ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু অগপৰ মহিলা পৰিষদৰ ৰাজ্যিক নেত্ৰীৰ

গোলাঘাট, 10 আগষ্ট : গোলাঘাট জিলাৰ খুমটাই সমষ্টি অন্তৰ্গত চিনাতলিত বুধবাৰে ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হয় আঞ্চলিকতাবাদী শিবিৰৰ নেত্ৰী তথা সমাজসেৱিকা গীতাঞ্জলি বৰাৰ । যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে গীতাঞ্জলি বৰাই ৷

ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু অগপৰ মহিলা পৰিষদৰ ৰাজ্যিক নেত্ৰীৰ

গীতাঞ্জলি বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল 46 বছৰ ৷ গীতাঞ্জলি অগপৰ মহিলা পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ এগৰাকী নেত্ৰী আছিল ৷ আঞ্চলিকতাবাদী শিবিৰৰ নেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লাগে লগেই অঞ্চলটোত শোকৰ ছাঁ বিয়পি পৰে ।

লগতে পঢ়ক : আজি আনুষ্ঠানিকভাৱে IAF ত সংযোজিত হ'ব ৰাফেল এয়াৰক্ৰাফ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.