ETV Bharat / state

গোলাঘাটৰ ওৱাটিঙৰ সুৰাৰ বিপণীত সন্দেহজনক ডকাইটি

author img

By

Published : Mar 10, 2020, 12:55 PM IST

Updated : Mar 10, 2020, 1:15 PM IST

গোলাঘাটৰ ওৱাটিঙৰ সুৰাৰ বিপণীত সন্দেহজনক ডকাইটি
গোলাঘাটৰ ওৱাটিঙৰ সুৰাৰ বিপণীত সন্দেহজনক ডকাইটি

টৰচাইকেলত অহা তিনিজনীয়া ডকাইটৰ দল এটাই চেলছমেন মনিকণ শইকীয়াৰ মুখত স্প্ৰে মাৰি প্ৰায় এক লাখ টকা লুট কৰাৰ অভিযোগ

গোলাঘাট, 10 মাৰ্চঃ গোলাঘাট জিলাৰ ওৱাটিঙৰ এখন সুৰাৰ বিপণীত সন্দেহজনক ডকাইটিৰ ঘটনা। স্বত্বাধিকাৰী এল হাজৰিকাৰ সুৰাৰ বিপণীত সোমবাৰে নিশা সংঘটিত হয় এই ডকাইটিৰ ঘটনা। ওৱাইন চ'পখন বন্ধ কৰাৰ সময়ত মটৰচাইকেলত অহা তিনিজনীয়া ডকাইটৰ দল এটাই চেলছমেন মনিকণ শইকীয়াৰ মুখত স্প্ৰে মাৰি প্ৰায় এক লাখ টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছে যদিও বৰ্তমানলৈকে ডকাইটৰ দলটোক কৰায়ত্ত কৰিব পৰা নাই।

ASSAM GOLAGHAT SHOP ROBBERY ETV BHARAT NEWS
গোলাঘাটৰ ওৱাটিঙৰ সুৰাৰ বিপণীত সন্দেহজনক ডকাইটি

ইফালে এই ডকাইটিৰ ঘটনাত চেলছমেন জড়িত থকাৰো সন্দেহ স্থানীয় লোকৰ। কাৰণ কালি সংঘটিত হোৱা ডকাইটিৰ ঘটনা আজিহে গম পাই স্থানীয় লোকে।

গোলাঘাটৰ ওৱাটিঙৰ সুৰাৰ বিপণীত সন্দেহজনক ডকাইটি

লগতে চাওকঃ

বিহালীত মাইক্ৰ’ ফাইনেন্সৰ কিস্তি আদায় দিয়াক কেন্দ্ৰ কৰি পত্নীক হত্যা স্বামীৰ

Last Updated :Mar 10, 2020, 1:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.