ETV Bharat / state

কলিয়াবৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপন

author img

By

Published : Jan 26, 2020, 5:30 PM IST

কলিয়াবৰত আকৰ্ষণীয় মাৰ্চ-পাষ্ট, প্ৰতীক-পট প্ৰদৰ্শনৰে 71 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন ৷ কলিয়াবৰৰ কুঁৱৰী টোলৰ ঐতিহাসিক গান্ধী খেল পথাৰত উদযাপন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন মহকুমাধিপতি বিতুুপন নেওগে ৷

71st Republic Day Celebration at Kaliabor
কলিয়াবৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপন

কলিয়াবৰ,26 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো উদ্‌যাপিত হয় ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস । কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কুঁৱৰী টোলৰ ঐতিহাসিক গান্ধী খেল পথাৰত পতাকা উত্তোলন কৰি মাৰ্চ-পাষ্টৰ অভিবাদন গ্ৰহণ কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে । পতাকা উত্তোলন কৰি দিয়া ভাষণত বিতুপন নেওগে দেশৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনিৰ বিষয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

কলিয়াবৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপন

আজিৰ অনুষ্ঠানত কলিয়াবৰৰ ছয়গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয় । বিদ্যালয়-মহাবিদ্যালয় তথা আৰক্ষী বাহিনীয়ে পেৰেডত অংশগ্ৰহণ কৰে । লগতে ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাটাও নিৰাপত্তাৰক্ষীৰ বিভাগে প্ৰতীক পট প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক:বিস্ফোৰণ সম্পৰ্কত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিক্ৰিয়া

Intro:কলিয়াবৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস

আকৰ্ষণীয় মাৰ্চ-পাষ্ট, প্ৰতীক-পট প্ৰদৰ্শন

ছয় গৰাকী বিশিষ্ট ব‍্যক্তিক সম্বৰ্দ্ধনাBody:সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো উদ্‌যাপিত হয় ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস। কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত কুঁৱৰীটোলৰ ঐতিহাসিক গান্ধী খেল পথাৰত পতাকা উত্তোলন কৰি মাৰ্চ-পাষ্টৰ অভিনন্দনৱাদন গ্ৰহণ কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে। পতাকা উত্তোলন কৰি দিয়া ভাষণত বিশিষ্ট অতিথি বিতুপন নেওগে দেশৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নমূলক আঁচনিৰ বিষয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।
আজিৰ অনুষ্ঠানত কলিয়াবৰৰ ছয়গৰাকী বিশিষ্ট ব‍্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। বিদ‍্যালয়-মহাবিদ‍্যালয় তথা আৰক্ষী বাহিনীয়ে মাৰ্চ-পাষ্টৰ কুচ-কাৱাজ অংশগ্ৰহণ কৰে। কেইবাটাও বিভাগে প্ৰতীক পট প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে বিভিন্ন অনুষ্ঠানে।Conclusion:Visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.