ETV Bharat / state

Explosive seized in Dibrugarh: ডিব্ৰুগড়ত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ সংখ্যক বিস্ফোৰক

author img

By

Published : Dec 26, 2022, 12:38 PM IST

ডিব্ৰুগড়ত বিস্ফোৰক উদ্ধাৰকলৈ চাঞ্চল্য ৷ জালান চাহ বাগিছাৰ (Jalan tea garden in Dibrugarh) পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গ্ৰেণেড, সজীৱ গুলীসহ কেতবোৰ অস্ত্ৰ-শস্ত্ৰ (Weapon seized by dibrugarh police) ৷ তদন্ত অব্যাহত ৷

Explosive recovered in Dibrugarh
ডিব্ৰুগড়ত বিস্ফোৰক উদ্ধাৰক

  • ডিব্ৰুগড় আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে (Weapon seized by dibrugarh police)
  • আৰক্ষীয়ে লুকুৱাই থোৱা অৱস্থাত চাহ বাগিচাৰ ভিতৰৰ পৰা মাৰণাস্ত্ৰ সমূহ উদ্ধাৰ কৰে (Explosive recovered in Dibrugarh)
  • ডিব্ৰুগড়ৰ জালান চাহ বাগিচাৰ ভিতৰৰ পৰা মাৰণাস্ত্ৰ সমূহ উদ্ধাৰ কৰে আৰক্ষীয়ে (Jalan tea garden in Dibrugarh)
  • আৰক্ষীয়ে উদ্ধাৰ কৰা মাৰণাস্ত্ৰৰ ভিতৰত দুটা চাইনিজ গ্ৰেনেড, দুটা এ কে চিৰিজৰ ৰাইফলৰ মেগাজিন, 12 জাঁই সজীৱ গুলী, দুটা বোমাত ব্যৱহাৰ কৰা টি ডি টি চুইচ, এডাল পিস্তলৰ চাইলেন্সাৰ আছে
  • অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
  • তদন্তৰ খাতিৰত কোনো বিশেষ তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.