ETV Bharat / state

টিংখাঙত বিশ্ব পৰিবেশ দিৱস উদযাপন

author img

By

Published : Jun 5, 2020, 3:05 PM IST

Tingkhong tree planting
টিংখাঙত পৰিবেশ দিৱস উদযাপন

টিংখাঙতো সচেতন মহিলা মঞ্চৰ নেতৃত্বত তথা স্থানীয় ৰাইজৰ সহযোগত টিংখাঙৰ ধমন কদমনি অঞ্চলৰ কণ কণ শিশুবোৰক লৈ ঐতিহাসিক হৰিসত্ৰ পথৰ পৰা দ-কদমণি সংযোগী পথত বিভিন্ন ফল মূলৰ গছৰ পুলি ৰোপণ কৰা হয়।

টিংখাং, 5 জুনঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চই শুকুৰবাৰে জিলাখনৰ বিভিন্ন ঠাইত পৰিৱেশ দিৱস উদযাপন কৰে। টিংখাঙতো সচেতন মহিলা মঞ্চৰ নেতৃত্বত তথা স্থানীয় ৰাইজৰ সহযোগত টিংখাঙৰ ধমন কদমনি অঞ্চলৰ কণ কণ শিশুবোৰক লৈ ঐতিহাসিক হৰিসত্ৰ পথৰ পৰা দ-কদমণি সংযোগী পথত বিভিন্ন ফল মূলৰ গছৰ পুলি ৰোপণ কৰা হয়। মাস্ক পৰিধান আৰু সামাজিক দুৰত্ব বজাই ৰাখি সচেতন মঞ্চৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে নৱপ্ৰজন্মৰ কণ কণ শিশুবোৰক পৰিৱেশ দিৱসৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ লগতে বৃক্ষ ৰোপণৰ প্ৰতিও সজাগতা সৃষ্টি কৰে ৷

টিংখাঙত বিশ্ব পৰিবেশ দিৱস উদযাপন

লগতে পঢ়কঃ কৰিমগঞ্জৰ দুল্লভছড়া চাহ বাগিছাত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.