ETV Bharat / state

Dibrugarh Firing Incident update: ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Dec 12, 2022, 9:47 PM IST

Pistol rescued used at Dibrugarh Firing Incident
Dibrugarh Firing Incident: ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ (Dibrugarh Firing Incident)৷ সোমবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ধৃত অৰূপ গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত তেজপৰা গাঁৱৰ এটা নলাৰ কাষৰ পৰা লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো (Pistol rescued used in Dibrugarh Firing Incident )৷

  • ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ গুলীচালনাত ব্যৱহৃত পিষ্টল উদ্ধাৰ (Dibrugarh Firing Incident)
  • সিদ্ধাৰ্থ ৰাজখোৱাৰ গুলীবিদ্ধ (Sidhartha Rajkhowa Firing Incident) ঘটনাত ব্যৱহাৰ হোৱা পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে
  • যোৱা ৩০ অক্টোবৰৰ সন্ধিয়া সিদ্ধাৰ্থ ৰাজখোৱাক লালুকা গাঁৱত গুলীয়াই পলায়ন কৰিছিল দুৰ্বৃত্তই
  • বুকু ভেদি গৈছিল সিদ্ধাৰ্থ ৰাজখোৱাৰ
  • কিছুদিনৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছিল
  • সোমবাৰে আৰক্ষীয়ে অৰূপ গগৈ ওৰফে টিপুক গ্ৰেপ্তাৰ কৰে
  • টিপুৰ স্বীকাৰোক্তিৰ ভিত্তি তেজপৰা গাঁৱৰ এটা নলাৰ কাষৰ পৰা লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে পিষ্টলটো
  • নলাৰ কাষৰ পৰা 9AM পিষ্টলটো উদ্ধাৰ কৰে আৰক্ষীয়ে
  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.