ETV Bharat / state

Dibrugarh DTO LDA Arrested : দুৰ্নীতিগ্ৰস্ত দিতিমণি গগৈৰ বাসগৃহৰ পৰা উদ্ধাৰ বহু লক্ষাধিক টকা

author img

By

Published : Oct 19, 2022, 10:56 PM IST

huge-amount-of-money-rescued-from-dto-office-jr-assistant-ditimonis-house
দুৰ্নীতিগ্ৰস্ত দিতিমণি গগৈৰ বাসগৃহৰ পৰা উদ্ধাৰ ৯,৩০,৫০০টকা

বুধবাৰে নিশা দুৰ্নীতিগ্ৰস্ত দিতিমণি গগৈৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি শাখাৰ অভিযান (Vigilance and Anti Corruption Assam) ৷ অভিযানত ধৃত দিতিমণি গগৈৰ বাসগৃহৰ পৰা উদ্ধাৰ ৯,৩০,৫০০টকা (Huge amount of money rescued) ৷

  • দুৰ্নীতিগ্ৰস্ত দিতিমণি গগৈৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি শাখাৰ অভিযান (Vigilance and Anti Corruption Assam)
  • অভিযানত ধৃত দিতিমণি গগৈৰ বাসগৃহৰ পৰা উদ্ধাৰ ৯,৩০,৫০০টকা (Huge amount of money rescued)
  • ডিব্ৰুগড়ৰ উদয়পুৰত থকা জে এছ বি ফ্লেটত অভিযান চলাইছিল অভিযানকাৰী দলে
  • বুধবাৰে উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছিল কনিষ্ঠ সহায়ক দিতিমণি গগৈ (DTO office Jr Assistant arrested )
  • ৭০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল কনিষ্ঠ সহায়ক দিতিমণি গগৈ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.