ETV Bharat / state

নীপকোৰ ব্যক্তিগতকৰণক লৈ আছুৰ প্ৰতিবাদ

author img

By

Published : Nov 19, 2019, 10:41 PM IST

নীপকোৰ ব্যক্তিগতকৰণক লৈ আছুৰ প্ৰতিবাদ

নীপকোক ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা আছুৰ ৷ ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে মঙলবাৰে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৷

ডিব্ৰুগড়, 19 নৱেম্বৰ: নুমলীগড় শোধনাগাৰৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদ মাৰ নৌ-যাওঁতেই দুলীয়াজানত নীপকোক ব্যক্তিগতখণ্ডৰ হাতত গতাবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ আছুৰ ৷ দুলীয়াজানৰ বকুলনীৰ নীপকো প্ৰকল্পৰ সন্মুখত আছুৰ এই প্ৰতিবাদ । নীপকোক ব্যক্তিগতখণ্ডৰ হাতত গতাবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে৷ বকুলনী নীপকো প্ৰকল্পৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ভাদৈ শাখা ছাত্ৰ সন্থাই ৷

নীপকোৰ ব্যক্তিগতকৰণক লৈ আছুৰ প্ৰতিবাদ

প্ৰতিবাদী আছুৰ কৰ্মী সকলে নীপকোক ব্যক্তিগত খণ্ডলৈ গতাবলৈ দিয়া নহ’ব, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলে । আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়ায় ৷

লগতে চাওক-গোলাঘাটৰ উদয়ন চাহ বাগিচাত হাতী মানুহৰ ভয়ংকৰ সংঘাত

Intro:
Anchor: দুলীয়াজানৰ বকুলনীৰ নীপকো প্ৰকল্পৰ সন্মুখত আছুৰ তীব্র প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে নীপকোক ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা প্ৰতিবাদত মঙ্গল বাৰৰ পুৱাই এনেদৰে আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বকুলনী নীপকো প্ৰকল্পৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ভাদৈ শাখা ছাত্ৰ সন্থাই নীপকোক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিবলৈ লোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে মঙ্গল বাৰৰ পুৱাৰ পৰা প্ৰকল্পটোৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদী আছুৰ কৰ্মী সকলে নীপকোক ব্যক্তিগত খণ্ডলৈ গতাবলৈ দিয়া নহব, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তুলিছে। এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ লগতে স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াইছে।

Byte:-1আছুৰ বিষয়ববীয়া

Byte:-2-স্থানীয় সচেতন ব্যক্তি।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.