ETV Bharat / state

ধুবুৰী আৰক্ষীয়ে উদ্ধাৰ কৰিলে 15 টাকৈ চোৰাং গৰু

author img

By

Published : Jun 22, 2019, 8:15 AM IST

ধুবুৰীত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান ৷

ধুবুৰী আৰক্ষীয়ে উদ্ধাৰ কৰিলে 15 টাকৈ চোৰাং গৰু

ধুবুৰী,22 জুন: জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলায় ধুবুৰীৰ মধুসৌলমাৰী অঞ্চলৰ পৰা জব্দ কৰে মুঠ ১৫ টা চোৰাং গৰু ৷ চোৰাং গৰুৰ সৈতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ধুবুৰী আৰক্ষীৰ ৷ কিন্তু বিগত কেইবাদিন ধৰি ধুবুৰী গৌৰীপুৰৰ চাৰিগৰাকী চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে অভিযান চলায় যদিও বৰ্তমানলৈ সফল হোৱা নাই কোকৰাঝাৰ আৰু ধুবুৰী আৰক্ষী ৷

ধুবুৰী আৰক্ষীয়ে উদ্ধাৰ কৰিলে 15 টাকৈ চোৰাং গৰু
DHUBRI BREAKING

    ধুবুৰীত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই ধুবুৰীৰ মধুসৌলমাৰী অঞ্চলৰ পৰা জব্দ কৰে মুঠ ১৫ টা চোৰাং গৰু। চোৰাং গৰুৰ সৈতে এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। গৰুৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ধুবুৰী আৰক্ষীৰ। কিন্তু যোৱা কেইদিনে ধুবুৰী গৌৰীপুৰৰ চাৰিগৰাকী চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে অভিযান চলাই যদিওঁ এতিয়ালৈ সফল হোৱা নাই কোকৰাঝাৰ আৰু ধুবুৰী আৰক্ষীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.