ETV Bharat / state

ধুবুৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 29, 2020, 3:49 PM IST

ধুবুৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । পে’ট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ চাইকেল ৰেলিৰে প্ৰতিবাদ ।

congres-protest-at-dhuburi
ধুবুৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ধুবুৰী,29 ডিচেম্বৰঃ পে’ট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মঙলবাৰে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰৰ নেতৃত্বত শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ধুবুৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

উল্লেখযোগ্য যে, ধুবুৰী চহৰৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী চাইকেল ৰেলি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাল লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অতি শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে জিলা কংগ্ৰেছে ।

ধুবুৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
ধুবুৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
লগতে পঢ়কঃ শোণিতপুৰত কোভিড ১৯ প্ৰতিষেধকৰ অনুশীলন সমাপ্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.