ETV Bharat / state

জোনাইত একেনিশাই চুৰে লুটিলে ১৩ খনকৈ দোকান

author img

By

Published : Feb 26, 2020, 5:24 PM IST

জোনাই আৰক্ষী থানাৰ প্ৰায় এশ মিটাৰ কাষতে থকা জোনাই বজাৰৰ ১৩ খনকৈ কাপোৰ,গেলামালৰ দোকানত চুৰিকাণ্ড সংঘটিত কৰে ৷ চোৰৰ দলটোৱে লোহাৰ ৰডেৰে দোকানৰ তলা ভাঙি নগদ ধন,কাপোৰ,জোতাকে দৰি প্ৰায় দুই লাখৰো অধিক সামগ্ৰী লুটি নিয়ে ৷

Jonai thief looted 13 shops
জোনাইত একেনিশাই চুৰে লুটিলে ১৩ খনকৈ দোকান

জোনাই,26 ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ জোনাইত একেনিশাই চুৰে লুটিলে ১৩ খনকৈ দোকান ৷ জোনাই আৰক্ষী থানাৰ প্ৰায় এশ মিটাৰ আঁতৰত থকা জোনাই বজাৰৰ ১৩ খনকৈ কাপোৰ আৰু গেলামালৰ দোকানত চুৰিকাণ্ড সংঘটিত কৰে ৷ চোৰৰ দলটোৱে লোহাৰ ৰডেৰে দোকানসমূহৰ তলা ভাঙি নগদ ধন,কাপোৰ, জোতাকে দৰি প্ৰায় দুই লাখৰো অধিক সামগ্ৰী লুটি নিয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জোনাই থানাত এখন সমুহীয়া এজাহাৰ দাখিল কৰা হৈছে ৷ জোনাই বজাৰৰ এই চুৰিকাণ্ডৰ লগত অঞ্চলটোৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰা একাংশ যুৱক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে দোকানীসকলে ৷

জোনাইত একেনিশাই চুৰে লুটিলে ১৩ খনকৈ দোকান

লগতে পঢ়ক-প্ৰহসনত পৰিণত হৈছে বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.