ETV Bharat / state

নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত সৰৱ ধেমাজি যুৱ কংগ্ৰেছ

author img

By

Published : Sep 11, 2020, 5:11 PM IST

Updated : Sep 11, 2020, 7:08 PM IST

ইউ পি এ চৰকাৰৰ দিনত GDP দহ শতাংশ বাঢ়ি গৈছিল আৰু বিজেপি চৰকাৰৰ দিনত মাইনাছ -২৩% শতাংশ হৈ ৰোজগাৰৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ উদ্ভৱ হৈছে ।

নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত সৰৱ ধেমাজি যুৱ কংগ্ৰেছ
নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত সৰৱ ধেমাজি যুৱ কংগ্ৰেছ

ধেমাজি, 11 চেপ্তেম্বৰঃ দেশৰ লগতে ৰাজ্যৰ নিবনুৱাসকলক সংস্থাপনৰ দিয়াত ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে । এই সন্দৰ্ভত যুৱ কংগ্ৰেছৰ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কৰ্ম কৰ্তাসকলে ধেমাজি প্ৰেছ ক্লাৱত শুকুৰবাৰে এখন সংবাদ মেল আয়োজন কৰি ৰাজ্যৰ নিবনুৱাসকলক সংস্থাপন দিবলৈ দাবী জনাই । তেওঁলোকে কয় যে ইউ পি এ চৰকাৰৰ দিনত GDP দহ শতাংশ বাঢ়ি গৈছিল আৰু বিজেপি চৰকাৰৰ দিনত মাইনাছ -২৩% শতাংশ হৈ ৰোজগাৰৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ উদ্ভৱ হৈছে ।

নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত সৰৱ ধেমাজি যুৱ কংগ্ৰেছ

সেইদৰে সৰ্বানন্দ সোণোৱাল চৰকাৰে চাৰে চাৰি বছৰত ২৩ লাখ সংস্থাপন নালাগে ১০ হেজাৰ নিবনুৱা সংস্থাপন কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে ।
লগতে চাওকঃ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ

Last Updated : Sep 11, 2020, 7:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.