ETV Bharat / state

ধামতৰী সংঘৰ্ষত নিহত চাৰি নক্সালবাদীঃ অস্ত্ৰ-শস্ত্ৰসহ উদ্ধাৰ মৃতদেহ

author img

By

Published : Jul 6, 2019, 1:16 PM IST

ধামতৰী সংঘৰ্ষত নিহত চাৰি নক্সালবাদীঃ অস্ত্ৰ-শস্ত্ৰসহ উদ্ধাৰ মৃতদেহ

ছত্তিশগড়ৰ ধামতৰীত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিটা দুৰ্ধৰ্ষ মাওবাদী নিহত হোৱাৰ লগতে উদ্ধাৰ হয় বিপুল পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷

নিউজ ডেস্ক, 6 জুলাইঃ মাওবাদীৰ বিৰুদ্ধে বৃহৎ সফলতা ছত্তিশগড় আৰক্ষীৰ ৷ ৰাজ্যখনৰ ধামতৰীত শনিবাৰে সংঘটিত হোৱা এক সংঘৰ্ষত নিহত হয় চাৰিটাকৈ মাওবাদী ৷ নিয়মীয়া তালাচীৰ সময়তে সুৰক্ষা বাহিনীৰ সৈতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিহত হয় মাওবাদীকেইটা ৷

  • Chhattisgarh: Four Naxals killed in an encounter with Police Special Task Force (STF) in Dhamtari. Weapons recovered. pic.twitter.com/FHcyFaSmvO

    — ANI (@ANI) July 6, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
EtvBharatAssam
ধামতৰী সংঘৰ্ষঃ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ
EtvBharatAssam
ধামতৰী সংঘৰ্ষঃ নিহত মাওবাদী
EtvBharatAssam
ধামতৰী সংঘৰ্ষঃ মাওবাদীৰ মৃতদেহৰ সৈতে নিৰাপত্তা বাহিনীৰ জোৱান

জিলাখনৰ গমেচকা আৰক্ষী চকীৰ অন্তৰ্গত জংঘলত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় মাওবাদীকেইটা ৷ ঘটনাস্থলীৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে নিৰাপত্তা বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷ বৰ্তমানে ৰাজ্যখনৰ এছটিএফ বাহিনী আৰু ডিএফ বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি তালাচী অভিযান অব্যাহত ৰাখিছে ৷

Intro:Body:

ছত্তিশগড়ৰ ধামতৰীত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিটা দুৰ্ধৰ্ষ মাওবাদী নিহত হোৱাৰ লগতে উদ্ধাৰ হয় বিপুল পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷ 



নিউজ ডেস্ক, 6 জুলাইঃ মাওবাদীৰ বিৰুদ্ধে বৃহৎ সফলতা ছত্তিশগড় আৰক্ষীৰ ৷ ৰাজ্যখনৰ ধামতৰীত শনিবাৰে সংঘটিত হোৱা এক সংঘৰ্ষত নিহত হয় চাৰিটাকৈ মাওবাদী ৷ নিয়মীয়া তালাচীৰ সময়তে সুৰক্ষা বাহিনীৰ সৈতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিহত হয় মাওবাদীকেইটা ৷ 



জিলাখনৰ গমেচকা আৰক্ষী চকীৰ অন্তৰ্গত জংঘলত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় মাওবাদীকেইটা ৷ ঘটনাস্থলীৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰাৰ লগতে নিৰাপত্তা বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ৷ বৰ্তমানে ৰাজ্যখনৰ এছটিএফ বাহিনী আৰু ডিএফ বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি তালাচী অভিযান অব্যাহত ৰাখিছে ৷


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.