ETV Bharat / state

জনতাৰ সান্ধ্য আইন সমৰ্থন শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ

author img

By

Published : Mar 22, 2020, 5:47 PM IST

শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ
শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

দেশৰ দুখীয়া আৰু অসহায় শ্ৰমিক সকলৰ বাবে বিশেষ পেকেজ দিয়াৰ লগতে লকডাউন দিবলৈ চৰকাৰক আহ্বান জনায় শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ দলৰ সভানেত্ৰী সুস্মিতা দেৱে ৷

শিলচৰ, 22 মাৰ্চঃ কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো পদক্ষেপৰ প্ৰতি সমৰ্থন জনাইছে শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ দলৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ তেওঁ ইয়াৰ লগতে দেশৰ দুখীয়া আৰু অসহায় শ্ৰমিক সকলৰ বাবে বিশেষ পেকেজ দিয়াৰ লগতে লকডাউন দিবলৈও চৰকাৰক আহ্বান জনায় ৷

জনতাৰ সান্ধ্য আইন সমৰ্থন শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ

লগতে পঢ়কঃ শিলচৰত জনতাৰ সান্ধ্য আইনৰ ব্যাপক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.