ETV Bharat / state

বঙাইগাঁৱত আই নৈৰ বালিচৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 26, 2019, 10:41 PM IST

বঙাইগাঁৱত আই নৈৰ বালিচৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ ৷ বালিত পুতি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৰাইজে ৷

dead body recoverd in the bank of Aai river at Bangaigaon
বঙাইগাঁৱত আই নৈৰ বালিচৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁও, 26 নৱেম্বৰঃ বঙাইগাঁৱৰ জাৰাগুৰী সংযোগী আই নৈৰ বালিচৰত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ ৷ বালিত পুতি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৰাইজে ৷ কাষতে তেজৰ চেঁকুৰা লাগি থকাৰ লগতে উদ্ধাৰ হয় এযোৰ চেণ্ডেল ৷ ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ ৰাইজৰ ৷ ঘটনাস্থলীত আৰক্ষীৰ দলসহ দণ্ডাধীশ উপস্থিত হয় যদিও মৃতদেহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই ৷

আই নৈৰ বালিচৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

আৰু পঢ়ক- তেজপুৰত যৌতুকৰ দাবীত পত্নীক নিৰ্যাতন স্বামীৰ

Intro:Dead body recoveredBody:Date-26.11.19

বঙাইগাঁৱৰ জাৰাগুৰী সংযোগী আই নৈৰ বালিচৰত যুৱতীৰ মৃতদেহ

বালিত পুতি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে

কাষত পৰি আছে তেজৰ চেকুৰা আৰু এযোৰ চেণ্ডেল

ধৰ্ষণকাণ্ড সংঘটিত কৰি হত্যা কৰাৰ সন্দেহ

ঘটনাস্থলীত আৰক্ষীৰ দলসহ দণ্ডাধীশ উপস্থিত

অদ্যপি চিনাক্ত হোৱা নাই মৃতদেহটো

Regards
Indranil Das
News contributor
ETV BHARAT
ASSAM
Abhayapuri South

Conclusion:Visual 2
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.