ETV Bharat / state

Robin Banikya passes away: প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ দেহাৱসান

author img

By

Published : Nov 11, 2022, 10:48 AM IST

অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ৰবীন বণিক্যই শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে (Former MLA Robin Banikya passes away) ৷

প্ৰাক্তন বিধায়ক ৰবিন বনিক্যৰ দেহাৱসান
Former MLA Robin Banikya passes away

  • অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ মৃত্যু
  • জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে শুকুৰবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে
  • দক্ষিণ অভয়াপুৰী সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বণিক্য
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল অগপ নেতাজন
  • বণিক্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অগপৰ সভাপতি অতুল বৰাই
  • দলৰ ফালৰ পৰা শেষ শ্ৰদ্ধা জনাবলৈ বণিক্যৰ বাসগৃহত উপস্থিত থাকিব জ্যেষ্ঠ অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী
  • ইটিভি ভাৰতক এই কথা জানিবলৈ দিয়ে অতুল বৰাই
  • আজিয়ে শেষকৃত্য সম্পন্ন কৰা হ’ব ৰবীন বণিক্য়ৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.