ETV Bharat / state

বিশ্বনাথত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 3 জন আটক

author img

By

Published : Oct 4, 2019, 7:19 PM IST

ড্ৰাগছ সহ 3 জন লোক

শুকুৰবাৰে বিশ্বনাথৰ চতিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 3 জনক আটক ৷ AS12L 2247 নম্বৰৰ হুণ্ডাই চেন্ট্ৰ'ৰ লগতে জব্দ কৰা হৈছে চিৰিঞ্জ, কফচিৰাফ আৰু গাঞ্জা ৷

বিশ্বনাথ,4অক্টোবৰঃ পূজাৰ আনন্দ-উল্লাসৰ মাজতে শুকুৰবাৰে বিশ্বনাথৰ চতিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ 3 জনক আটক ৷ ধৃত লোককেইজন ক্ৰমে ৰূপন কটকী, দীপাংকৰ হাজৰিকা আৰু নৱজিৎ সিদ্ধু মিশ্ৰ৷ ধৃত লোককেইজনৰ পৰা AS12L 2247 নম্বৰৰ হুণ্ডাই চেন্ট্ৰ'ৰ লগতে জব্দ কৰা হৈছে চিৰিঞ্জ, কফ চিৰাফ আৰু গাঞ্জা ৷ উল্লেখ্য যে বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত জব্দ হয় এই সামগ্ৰীসমূহ ৷

বিশ্বনাথৰ চতিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
Intro:BreakingBody:BreakingConclusion:Breaking

বিশ্বনাথৰ
#চতিয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ তিনিজনক আটক৷
#আটকাধিন ৰূপন কটকী,দীপাংকৰ হাজৰিকা আৰু নৱজিৎ সিদ্ধু মিশ্ৰ৷
# আটকাধীন ব্যক্তিকেজনৰ পৰা জব্দ এখন AS12L 2247 নম্বৰৰ হুণ্ডাই চেন্ট্ৰ৷
#জব্দ কৰা সামগ্ৰীসমুহৰ লগত চিৰিঞ্জ,কফচিৰাফ আৰু গাঞ্জাও আছে৷
#বিশ্বনাথ জিলাৰ উপ আৰক্ষী অধিক্ষকৰ নেতৃত্বত চলা অভিযানত জব্দ এই সামগ্ৰীসমুহ৷
#
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.