ETV Bharat / state

কলগাছিয়া চাৰিআলিত পথ দুৰ্ঘটনা

author img

By

Published : Oct 25, 2020, 9:48 AM IST

কলগাছিয়া চাৰিআলি গড়কাপ্তানী পথত সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা চালক জনৰ ৷

Road  Accident At Kalgasia
কলগাছিয়া চাৰিআলিত পথ দুৰ্ঘটনা

জনীয়া, 25 অক্টোবৰঃ বৰপেটা জিলাৰ কলগাছিয়া চাৰিআলি গড়কাপ্তানী পথত দেওবাৰে ৰাতিপুৱা সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা । AS-01-B-0459 নম্বৰৰ হোণ্ডাই ভাৰণা বাহন খনে তীব্ৰ বেগত ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুটাত খুন্দিওৱাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

Road  Accident At Kalgasia
কলগাছিয়া চাৰিআলিত পথ দুৰ্ঘটনা

উক্ত দুৰ্ঘটনাটো কথমপি ৰক্ষা পৰে জেহেৰুল ইছলাম নামৰ চালক জন । ইফালে দুৰ্ঘটনাটোত গাড়ীখনৰ সন্মুখভাগ ভাঙি চুৰমাৰ হৈ যায় বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক- হোজাইত ডাম্পাৰৰ অতপালিক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.