ETV Bharat / state

বৰপেটাৰোডত পথ দুৰ্ঘটনা,আহত এজন

author img

By

Published : Aug 26, 2019, 4:41 AM IST

Updated : Aug 26, 2019, 4:47 AM IST

বৰপেটাৰোডত সংঘটিত পথ দুৰ্ঘটনা ৷ 14 চকীয়া ট্ৰাকৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় এজন শ্ৰমিক ৷ শ্ৰমিক জনৰ নাম আব্দুৰ ৰহিম ৷

বৰপেটাৰোডত পথ দুৰ্ঘটনা

বৰপেটাৰোডত পথ দুৰ্ঘটনা

বৰপেটা,25আগষ্ট :

  • বৰপেটাৰোডত সংঘটিত হয় পথ দুৰ্ঘটনা
  • 14 চকীয়া ট্ৰাকৰ খুন্দাত গুৰুতৰ ভাৱে আহত এজন শ্ৰমিক
  • শ্ৰমিক জনৰ নাম আব্দুৰ ৰহিম
  • ঘটনাস্থলীত উপস্থিত আৰক্ষী
  • ততাতৈয়াকৈ আৰক্ষীয়ে আহত লোকজনক ভৰ্ত্তি কৰে বৰপেটাৰোডৰ চিকিৎসালয়ত
  • বৰ্তমান শ্ৰমিকজনৰ অৱস্থা সংকটজনক
  • লোকজনক প্ৰেৰণ কৰা হয় বৰপেটা মেডিকেল কলেজলৈ
  • দুৰ্ঘটনা সংঘটিত কৰি পলালয় কৰে বাহনখনৰ চালক
  • বৰপেটাৰোড আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন
  • ট্ৰাকখনৰ হেণ্ডিমেন জনকো কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী
  • দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি বৰপেটা ৰোডৰ ৰাজপথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ
Intro:বৰপেটাৰোডত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ 14 চকীয়া ট্ৰাকৰ খুন্দাত গুৰুতৰ ভাৱে আহত হৈছে এজন শ্ৰমিক ৷ শ্ৰমিক জনৰ নাম আব্দুৰ ৰহিম ৷
বৰপেটাৰোডৰ ৰেলৱে গেটৰ সমীপত দেওবাৰে নিশা সংঘটিত হৈছে এই পথ দূৰ্ঘটনা ৷ বৰপেটাৰোডৰ জাখলিবিল পাথাৰৰ এই শ্ৰমিক জনৰ ভৰিৰ ওপৰেদি RJ 05 GB 5041 নম্বৰৰ 14 চকীয়া ট্ৰাকখন পাৰহৈ যোৱাত গুৰুতৰ ভাৱে আহত হয় শ্ৰমিকজন ৷ আহত শ্ৰমিকজনক আৰক্ষীয়ে বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও শ্ৰমিক জনৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ ইপিনে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক গৰাকীয়ে পলায়ন কৰে যদিও ট্ৰাকখন বৰপেটাৰোড আৰক্ষীয়ে জব্দ কৰাৰ লগতে ট্ৰাকখনৰ হেণ্ডিমেন জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ এই পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি বৰপেটাৰোডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাছত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ Body:বৰপেটাৰোডত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে ৷ 14 চকীয়া ট্ৰাকৰ খুন্দাত গুৰুতৰ ভাৱে আহত হৈছে এজন শ্ৰমিক ৷ শ্ৰমিক জনৰ নাম আব্দুৰ ৰহিম ৷
বৰপেটাৰোডৰ ৰেলৱে গেটৰ সমীপত দেওবাৰে নিশা সংঘটিত হৈছে এই পথ দূৰ্ঘটনা ৷ বৰপেটাৰোডৰ জাখলিবিল পাথাৰৰ এই শ্ৰমিক জনৰ ভৰিৰ ওপৰেদি RJ 05 GB 5041 নম্বৰৰ 14 চকীয়া ট্ৰাকখন পাৰহৈ যোৱাত গুৰুতৰ ভাৱে আহত হয় শ্ৰমিকজন ৷ আহত শ্ৰমিকজনক আৰক্ষীয়ে বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও শ্ৰমিক জনৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ ইপিনে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক গৰাকীয়ে পলায়ন কৰে যদিও ট্ৰাকখন বৰপেটাৰোড আৰক্ষীয়ে জব্দ কৰাৰ লগতে ট্ৰাকখনৰ হেণ্ডিমেন জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ এই পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি বৰপেটাৰোডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাছত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Last Updated :Aug 26, 2019, 4:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.