ETV Bharat / state

বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Apr 7, 2021, 5:24 PM IST

বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ
বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

শ্ৰমিক সকলে দিনতে পাবলগীয়া হাজিৰা ৰাতি দহ বজালৈ ৰাখি থোৱাত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ বাগিচাৰ শ্ৰমিকসকলে । এই ক্ষেত্ৰত চাহ বাগিচা কতৃপক্ষক শ্ৰমিকসকলে সম্পূর্ণৰূপে দোষাৰোপ কৰে ।

বাক্সা, ৭ এপ্ৰিল: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ফাতেমাবাদ চাহ বাগিচাত বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে । শ্ৰমিক সকলে দিনতে পাবলগীয়া হাজিৰা ৰাতি দহ বজালৈ ৰাখি থোৱাত ক্ষুব্ধ হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে বাগিচাখনৰ শ্ৰমিক সকলে ।

বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

এই ক্ষেত্ৰত চাহ বাগিচা কতৃপক্ষক শ্ৰমিক সকলে সম্পূর্ণৰূপে দোষাৰোপ কৰে । অনাগত সময়ত বাগিচা কতৃপক্ষক এনেকুৱা ঘটনা সংঘটিত নকৰিবলৈ শ্রমিক সকলে এই প্ৰতিবাদৰ জৰিয়তে সকীয়নি প্ৰদান কৰে।

লগতে পঢ়ক:ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত তেজপুৰৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.