ETV Bharat / state

বাক্সাত সম্পন্ন 50 শতাংশ ভোটগ্ৰহণ

author img

By

Published : Dec 7, 2020, 3:09 PM IST

ইতিমধ্যে 50 শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে বাক্সা জিলাত ৷ জিলাখনৰ প্ৰতিটো ভোটকেন্দ্ৰত পৰিলক্ষিত হৈছে ভোটাৰৰ ভিৰ ৷

বাক্সাত সম্পন্ন 50 শতাংশ ভোটগ্ৰহণ
বাক্সাত সম্পন্ন 50 শতাংশ ভোটগ্ৰহণ

বাক্সা, 7 ডিচেম্বৰ: দেওবাৰে অনুষ্ঠিত হয় বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে 50 শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে বাক্সা জিলাত ৷ জিলাখনৰ প্ৰতিটো ভোটকেন্দ্ৰত পৰিলক্ষিত হৈছে ভোটাৰৰ ভিৰ ৷

২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মুন সিং ব্ৰহ্মই ধনশ্ৰীপুৰ মধ্য ইংৰাজী বিদ্যালয় ভোট কেন্দ্ৰত নিজৰ ভোট প্ৰদান কৰি দিহিৰাবাসী ৰাইজক শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আহ্বান জনায় ৷ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ময়ো মুছলপুৰ এম. ভি. স্কুলত ভোটদান কৰে আৰু পৰিৱৰ্তনৰ স্বাৰ্থত সকলোকে ভোট দিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.