ETV Bharat / sports

আইপিএলঃ ভিলিয়াৰ্ছ-কোহলীৰ যুটিৰ সুন্দৰ প্ৰদৰ্শন

author img

By

Published : Oct 13, 2020, 9:34 AM IST

Updated : Oct 13, 2020, 10:55 AM IST

IPL 13: Kohli-de Villiers first pair to share 10-century partnerships
আইপিএলঃ ভিলিয়াৰ্ছ-কোহলীৰ যুতিৰ সুন্দৰ প্ৰদৰ্শন

ৰয়েল চেলেঞ্জাৰ বাংগালোৰ(RCB)ৰ এ বি ডি ভিলিয়াৰ্ছ আৰু বিৰাট কোহলীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত প্ৰথম যুটি হিচাপে পৰিণত হৈছে । দুয়োগৰাকী বেটছমেনে শ্বাৰজাহ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 47 টা বলত 100 ৰান কৰিবলৈ সক্ষম হৈছে ৷

নিউজ ডেস্ক, 13 অক্টোবৰ : সোমবাৰে ৰয়েল চেলেঞ্জাৰ বাংগালোৰ(RCB)ৰ এ বি ডি ভিলিয়াৰ্ছ আৰু বিৰাট কোহলীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ত প্ৰথম যুটি হিচাপে পৰিণত হৈছে । দুয়োগৰাকী বেটছমেনে শ্বাৰজাহ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 47 টা বলত 100 ৰান কৰিবলৈ সক্ষম হৈছে ৷

বিৰাট কোহলী আৰু এ বি ডি ভিলিয়াৰ্ছ দুয়োজনেই যুতি হিচাপে আৰম্ভণিৰ পৰাই 3,000 ৰান কৰি ইতিহাস গঢ়িবলৈ সক্ষম হৈছে ৷ তেওঁলোক ক্ৰিছ গেল-কোহলী যুতিতকৈ ভালদৰে খেল খেলি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷ যি এছ আৰ এইচৰ বাবে 2,357 ৰান আৰু চি.আৰ.ধাৱান-ৱাৰ্নাৰৰ বাবে 2,782 ৰান সংগ্ৰহ কৰিছিল ।

উল্লেখ্য যে, সোমবাৰে ভিলিয়াৰ্ছে 33 টা বলত অপৰাজিত 73 ৰান, কোহলীয়ে 28 বলত অপৰাজিত 33 ৰান সংগ্ৰহ কৰে আৰু এৰোন ফিঞ্চে 37 টা বলত 47 ৰান কৰি 20 অভাৰত দুটা উইকেটত 198 ৰান সংগ্ৰহ কৰে ।

লগতে পঢ়ক : উমেশ শুক্লাৰ ‘Oh My God’ত দেখা পাব নৱাজুদ্দিন ছিদ্দিকীক

Last Updated :Oct 13, 2020, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.