ETV Bharat / sports

ফাইনেলত স্থান সুনিশ্চিত মুম্বাই ইণ্ডিয়ানছৰ

author img

By

Published : May 7, 2019, 11:51 PM IST

আইপিএল 2019

ঘৰুৱা খেলপথাৰত পৰাজয়ৰ সন্মুখীন চেন্নাই ছুপাৰ কিংছ দল ৷ মুম্বাই ইণ্ডিয়ানছ দলে জয়েৰে ফাইনেলত স্থান সুনিশ্চিত কৰে ৷

নিউজ ডেস্ক, 7 মে': মঙলবাৰে চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি ফাইনেলৰ পথ মুকলি কৰে মুম্বাই ইণ্ডিয়ানছে ৷ ঘৰুৱা খেলপথাৰত পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই দলে অন্বাতি ৰায়াডুৰ 42 ৰাণৰ জৰিয়তে 131 ৰাণ সংগ্ৰহ কৰে ৷ দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও 37 ৰাণৰ এক সুন্দৰ ইনিংছ খেলে ৷

ETV BHARAT ASSAM
ফাইনেলত স্থান সুনিশ্চিত মুম্বাই ইণ্ডিয়ানছৰ

চেন্নাই দলে বান্ধি দিয়া 131 ৰাণৰ সীমা মুম্বাই ইণ্ডিয়ানছ দলে 4 উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৷ 9 টা বল বাকী থকা অৱস্থাতেই মুম্বাই দলে জয় লাভ কৰিবলৈ সক্ষম হয় ৷ মুম্বাই দলৰ হৈ সূৰ্যকুমাৰ যাদৱে মাত্ৰ 54 টা বলত 71 ৰাণৰ ইনিংছ খেলে ৷

ETV BHARAT ASSAM
মহেন্দ্ৰ সিং ধোনী
MI MADE AN EARLY ENTRY INTO THE FINALS

ফাইনেলত স্থান সুনিশ্চিত মুম্বাই ইণ্ডিয়ানছৰ 

নিউজ ডেস্ক, 7 মে': মঙলবাৰে চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ মেচত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি ফাইনেলৰ পথ মুকলি কৰে মুম্বাই ইণ্ডিয়ানছে ৷  ঘৰুৱা খেলপথাৰত 
পৰাজয়ৰ সন্মুখীন হোৱা চেন্নাই দলে অন্বাতি ৰায়াডুৰ 42 ৰাণৰ জৰিয়তে 131 ৰাণ সংগ্ৰহ কৰে ৷ দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়েও 37 ৰাণৰ এক সুন্দৰ ইনিংছ খেলে ৷ 

চেন্নাই দলে বান্ধি দিয়া 131 ৰাণৰ সীমা মুম্বাই ইণ্ডিয়ানছ দলে 4 উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৷ 9 টা বল বাকী থকা অৱস্থাতেই মুম্বাই দলে জয় লাভ কৰিবলৈ সক্ষম হয় ৷ মুম্বাই দলৰ হৈ সূৰ্যকুমাৰ যাদৱে মাত্ৰ 54 টা বলত 71 ৰাণৰ ইনিংছ খেলে ৷  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.