ETV Bharat / sports

স্মৃতি মন্দানাৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতৰ শৃংখলা দখল

author img

By

Published : Feb 26, 2019, 4:16 PM IST

INDIAN WOMEN'S TEAM

২-০ ৰ ব্যৱধানত জয় সাব্যস্ত কৰি শৃংখলা দখল কৰে ভাৰতৰ মহিলা ক্ৰিকেট দলে

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী: বেটছ্মেন স্মৃতি মন্দানাৰ ৬৩ ৰাণ আৰু অধিনায়িকা মিতালী ৰাজৰ ৪৭ ৰাণৰ জৰিয়তে ভাৰতীয় মহিলা দলে ইংলেণ্ডক ৭ উইকেটত পৰাজিত কৰিবলৈ সক্ষম হৈছে ।

ETV BHARAT
INDIAN WOMEN'S TEAM
ভাৰতীয় বলাৰ শিখা পাণ্ডে আৰু ঝুলন গোস্বামীয়ে ৪ টাকৈ উইকেট সংগ্ৰহেৰে ইংলেণ্ডৰ দলটোক ১৬১ ৰাণত সীমিত ৰাখিবলৈ সক্ষম হয় । ভাৰতীয় দলটোৱে ১৬২ ৰাণৰ পিছা কৰি ৪১.১ অ'ভাৰতে এই ৰাণ অতিক্ৰম কৰে ।

এই জয়েৰে ভাৰতীয় দলে ৩ খনীয়া শৃংখলাত ২-০ ৰ ব্যৱধানত জয় সাব্যস্ত কৰি শৃংখলা দখল কৰিছে ।

SMRITI MANDHANA GUIDES INDIA WOMEN'S TO SERIES WIN

স্মৃতি মন্দানাৰ সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ শৃংখলা দখল

নিউজ ডেস্ক, ২৬ ফেব্ৰ্ুৱাৰী: বেটছ্মেন স্মৃতি মন্দানাৰ ৬৩ ৰাণ আৰু অধিনায়িকা মিতালী ৰাজৰ ৪৭ ৰাণৰ জৰিয়তে ভাৰতীয় মহিলা দলে ইংলেণ্ডক ৭ উইকেটত পৰাজিত কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় বলাৰ শিখা পাণ্ডে আৰু ঝুলন গোস্বামীয়ে ৪ টাকৈ উইকেট সংগ্ৰহেৰে ইংলেণ্ডৰ দলটোক ১৬১ ৰাণত সীমিত ৰাখিবলৈ সক্ষম হয় । ভাৰতীয় দলটোৱে ১৬২ ৰাণৰ পিছা কৰি ৪১.১ অ'ভাৰতে এই ৰাণ অতিক্ৰম কৰে । 

এই জয়েৰে ভাৰতীয় দলে ৩ খনীয়া শৃংখলাত ২-০ ৰ ব্যৱধানত জয় সাব্যস্ত কৰি শৃংখলা দখল কৰিছে । 
PHOTO.jpg
 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.