ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সন্মান ৰক্ষাৰ যুঁজত ভাৰতীয় মহিলা ক্ৰিকেট দল

author img

By

Published : Mar 23, 2021, 9:45 AM IST

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সন্মান ৰক্ষাৰ যুঁজত ভাৰতীয় মহিলা ক্ৰিকেট দল
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সন্মান ৰক্ষাৰ যুঁজত ভাৰতীয় মহিলা ক্ৰিকেট দল

আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ তৃতীয় তথা অন্তিম টি-20 মেচ ৷ ইতিমধ্যেই 2-0 ব্যৱধানত ছিৰিজ হেৰুৱাইছে ভাৰতীয় মহিলা দলটোৱে ৷

স্পৰ্টছ ডেস্ক, 23 মাৰ্চ : আজি অনুষ্ঠিত হ'ব ভাৰত মহিলা বনাম দক্ষিণ আফ্ৰিকা মহিলা দলৰ তৃতীয় তথা অন্তিম টি-20 মেচ ৷ ইতিমধ্যেই ছিৰিজ হেৰুওৱা ভাৰতীয় দলে আজি হোৱাইট ৱাশ্বৰ পৰা হাত হাৰিবৰ বাবে যুঁজত অৱতীৰ্ণ হ'ব ৷

এদিনীয়া ছিৰিজত 1-4 ত পৰাস্ত হোৱাৰ পাচত টি-20 ছিৰিজতো পৰাস্ত হৈছে ভাৰতীয় দলটো ৷ উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-20 ছিৰিজত পৰাজয়বৰণ কৰিছে ৷

ভাৰতীয় দল: হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা, শ্বেফালি বৰ্মা, জেমিমা ৰড্ৰিগাছ, দিপ্তী শৰ্মা, ৰিচা ঘোষ, হাৰলিন দেউল, সুষ্মা বৰ্মা, নুজত পাৰবিন, আয়ুশী ছোনী, অৰুন্ধতী ৰেড্ডী, ৰাধা যাদৱ, ৰাজেশ্বৰী গায়কউদ, পুনম যাদৱ, মানসী জোশী, মনিকা পেটেল, চি প্ৰত্যুষা, ছিমৰন দিল বাহাদুৰ ৷

দক্ষিণ আফ্ৰিকা দল: ;চিউন লুচ (অধিনায়ক), আয়াবোংগী খাকা, শ্ববনিম ইছমাইল, লৌৰা ওলভাৰ্ট, ত্ৰিশা চেট্টী, চিনালোৱা জাফটা, তাছমিন ব্ৰিটছ, মেৰিজেন কাপ, নন্দোমিছো শ্বানগেছ, লিজেল লি, এনেকে বস্ক, ফায়ে, ননকুলুলেকো মালাবা, মিগনন ডু প্ৰীজ, নেডিন ডি ক্লাৰ্ক, লাৰা গোডঅল, তুমি ছেখুখুনে ৷

লগতে পঢ়ক : ৰোড ছেফ্টী ৱৰ্ল্ড ছিৰিজৰ চেম্পিয়ন ভাৰতীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.