ETV Bharat / sports

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন জ'নছৰ দেহাৱসান

author img

By

Published : Sep 24, 2020, 6:48 PM IST

Updated : Sep 24, 2020, 7:30 PM IST

বৃহস্পতিবাৰে কাৰ্ডিয়েক এৰেষ্টত আক্ৰান্ত হৈ মুম্বাইত দেহাৱসান ঘটে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন জ'নছৰ ৷ তেওঁৰ মৃত্যুই ব্যাপক শোকৰ ছাঁ পেলাইছে ক্ৰিকেট জগতত ৷

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন স্মিথৰ দেহাৱসান
অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ডীন জ'নছৰ দেহাৱসান

স্পৰ্টছ ডেস্ক, 24 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে কাৰ্ডিয়েক এৰেষ্টত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় অষ্ট্ৰেলিয়াৰ উদীয়মান ক্ৰিকেটাৰ ডীন জ'নছে ৷ 59 বছৰীয়া ক্ৰিকেটাৰ গৰাকীৰ মুম্বাইত পৰলোকপ্ৰাপ্তি ঘটে ৷ তেওঁৰ মৃত্যুই শোকৰ ছাঁ পেলাইছে ক্ৰিকেট জগতত ৷ ক্ৰিকেটাৰ ষ্টিভ স্মিথ, আৰ'ন ফিন্সকে ধৰি বহু ক্ৰিকেটাৰে ভিন্ন ছ'চিয়েল মিডিয়াযোগে ক্ৰিকেটাৰ গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক: UAE ত আইপিএল 2020

Last Updated : Sep 24, 2020, 7:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.