ETV Bharat / sitara

অভিনেত্ৰী আইমী বৰুৱাক সম্ভাষণ নাহৰ সমন্বয় গোষ্ঠীৰ

author img

By

Published : May 16, 2021, 9:31 PM IST

Updated : May 17, 2021, 6:50 AM IST

ডিমাচা সকলৰ কৃষ্টি-সংস্কৃতি আৰু নাৰী বিষয়ৰ ওপৰত ডিমাচা ভাষাত নিৰ্মাণ হোৱা "ছেমখৰ" ছবিখনে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত তিনিটাকৈ সন্মান লাভ কৰিবলৈ সক্ষম হয় । উক্ত ছবিত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৷

লংকাৰ নাহৰ সমন্নয় গোষ্ঠীৰ পৰা অভিনেত্ৰী আইমী বৰুৱাক সম্ভাষণ
লংকাৰ নাহৰ সমন্নয় গোষ্ঠীৰ পৰা অভিনেত্ৰী আইমী বৰুৱাক সম্ভাষণ

চিটাৰা ডেস্ক, 16 মে’: লংকাৰ সামাজিক সাংস্কৃতিক গোষ্ঠী নাহৰ সমন্নয় গোষ্ঠীৰ বিশেষ প্ৰদক্ষেপ । উল্লেখ্য যে, ডিমাচা সকলৰ কৃষ্টি-সংস্কৃতি আৰু নাৰী বিষয়ৰ ওপৰত ডিমাচা ভাষাত নিৰ্মাণ হোৱা "ছেমখৰ" ছবি খনে আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত তিনিটাকৈ সন্মান লাভ কৰিবলৈ সক্ষম হয় । উক্ত ছবিত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ৷

লংকাৰ নাহৰ সমন্নয় গোষ্ঠীৰ পৰা অভিনেত্ৰী আইমী বৰুৱাক সম্ভাষণ
লংকাৰ নাহৰ সমন্বয় গোষ্ঠীৰ পৰা অভিনেত্ৰী আইমী বৰুৱাক সম্ভাষণ

ডিমাছা ভাষাৰ ছবি ছেমখৰে TAGORE INTERNATIONAL FLIM FESTIVAL ত তিনিটাকৈ সন্মান বুটলিবলৈ সক্ষম হোৱাত অভিনেত্ৰী আইমী বৰুৱাক সম্ভাষণ জনায় লংকাৰ নাহৰ সমন্বয় গোষ্ঠীৰ কৰ্মকৰ্তা সকলে । লংকাৰ নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা গুৱাহাটীৰ বাসগৃহতে সম্ভাষণ আৰু এটি নাহৰ পুলিৰে শুভেচ্ছা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক: উত্তৰ গুৱাহাটীত নতুন ক’ভিড নীতি উলংঘা

Last Updated :May 17, 2021, 6:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.