ETV Bharat / jagte-raho

হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান

author img

By

Published : Aug 30, 2019, 6:33 PM IST

হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান

হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান | দূৰ্গাপূজাৰ দশমীৰ দিনা পিনাকী দেক অতি নিৰ্মমভাৱে হত্যা কৰা 4 হত্যাকাৰীক ৫০ হাজাৰ টকাকৈ জৰিমনা দিয়াৰ লগতে যাৱৎজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে ৷

হোজাই,30আগষ্টঃ

  • হোজাই অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (দ্ৰুতগতি) আদালতৰ দৃষ্টান্তমূলক ৰায়দান
  • দূৰ্গাপূজাৰ দশমীৰ দিনা পিনাকী দেক অতি নিৰ্মমভাৱে চোকা অস্ত্ৰৰে হত্যা কৰিছিল 4 হত্যাকাৰীয়ে
  • ঘটনাৰ লগত জড়িত চাৰি হত্যাকাৰীক প্ৰতিজনক ৫০ হাজাৰ টকাকৈ জৰিমনা দিয়াৰ লগতে যাৱৎজ্জীৱন কাৰাদণ্ডৰ ঘোষণা
  • চাৰি হত্যাকাৰী ক্ৰমে বিপুল দে,অচিন্ত দে,কৃষ্ণ দে,প্ৰণৱ আশীষ দত্ত উৰফে মুন্না দত্ত
  • ন্যায়াধীশ এন এচ দেউৰীয়ে প্ৰদান কৰে এই দৃষ্টান্তমূলক ৰায়
  • গোচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই
    হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান
Intro:হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান |Body:হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান |

উল্লেখ যে, বিগত ১৪/১০/২০১৩ তাৰিখে দূৰ্গাপূজাৰ দশমীৰ দিনা এই চাৰি হত্যাকাৰীয়ে পিনাকী দেক অতি নিৰ্মমভাৱে চোকা অস্তৰে হত্যা কৰিছিল |

হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ, দ্ৰুতগতিত আদালতে উক্ত ঘটনাৰ লগত জৰিত চাৰিজন হত্যাকাৰীক প্ৰতিজনক ৫০ হাজাৰ টকাকৈ জৰিমনা দিয়াৰ লগতে বিহে যাৱৎজ্জীৱন কাৰাদণ্ড |

চাৰি হত্যাকাৰী নাম ক্ৰমে বিপুল দে ,অচিন্ত দে, কৃষ্ণ দে,প্ৰণৱ আশীষ দত্ত উৰফে মুন্না দত্ত |

ন্যায়াধীশ এন এচ দেউৰীয়ে প্ৰদান কৰি এই ঐতিহাসিক ৰায় |

গোচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই |



Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.