ETV Bharat / international

চিৰিইউএছএক্সএমৰ বাবে নেক্সট জেন চেটেলাইট প্ৰক্ষেপণ স্পেচ এক্সৰ

author img

By

Published : Dec 14, 2020, 7:14 PM IST

চিৰিইউএছএক্সএমৰ বাবে নেক্সট জেন চেটেলাইট প্ৰক্ষেপণ স্পেচ এক্সৰ
চিৰিইউএছএক্সএমৰ বাবে নেক্সট জেন চেটেলাইট প্ৰক্ষেপণ স্পেচ এক্সৰ

স্পেচ এক্সে মহাকাশলৈ প্ৰেৰণ কৰে নতুন প্ৰজন্মৰ চেটেলাইট ।

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : স্পেচ এক্সৰ ফেলকন ৯ ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হয় নতুন প্ৰজন্মৰ এক ৰেডিঅ' ব্ৰডকাষ্টিং চেটেলাইট । এছ এক্ট এম ৭ নাম ৰ এইটো কৃত্ৰিম উপগ্ৰহ ই চিৰিইউএছএক্সএমৰ সক্ৰিয় ফ্লীটত যোগদান কৰিব । ইয়ে আমেৰিকা, কানাডা, পৰ্টো ৰিকো আৰু কেৰিবিয়ান দ্বীপপুঞ্জক আগন্তুক ১৫ বছৰৰ বাবে সেৱা আগবঢ়াব ।

কক্ষপথত থকা এক্ট এম ৩ উপগ্ৰহ ৰ বিপৰীতে ই কাম কৰিব আৰু ইয়াৰ ক্ষমতা হৈছে ৮০০০ নাটৰ কন্টেন্ত প্ৰদান কৰা । কক্ষপথত থকা এয়া হৈছে সৰ্বাধিক ঘনত্বৰ ব্যৱসায়িক উপগ্ৰহ । চলিত বৰ্ষত এয়া হৈছে স্পেচ এক্সৰ ৬৯ সংখ্যক সফল প্ৰক্ষেপণ আৰু ফেলকন ৯ৰ ২৫ সংখ্যক অভিযান ।

লগতে পঢ়ক : দিল্লী সীমান্তৰ পৰা প্ৰতিবাদীক আঁতৰোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.