ETV Bharat / elections

11 এপ্ৰিলত ভোটদান কৰিব 8লাখ নতুন ভোটাৰে

author img

By

Published : Apr 10, 2019, 11:51 PM IST

প্ৰথম পৰ্যায়ৰ ভোটদানৰ বাবে সাজু ৰাজ্য়বাসী ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্য়ত ভোটদান কৰিব সৰ্বমুঠ ২১,৯,৯১১,১২ গৰাকী ভোটাৰে ৷

11 এপ্ৰিলত ভোটদান কৰিব 8লাখ নতুন ভোটাৰে

গুৱাহাটী, 10 এপ্ৰিলঃ অহাকালি অৰ্থাৎ বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ নিৰ্বাচনক লৈ গুৱাহাটীৰ সাংবাদিক আকাশ হাজৰিকাৰ এক বিশেষ প্ৰতিবেদন ৷

Intro:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্য ৮ লাখ নতুন ভোটাৰ
FULL SCRIPT SENT BY EMAIL


Body:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্য ৮ লাখ নতুন ভোটাৰ


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.