ETV Bharat / city

অনুষ্ঠিত হ'ব 'বদৌচা কাপ-2019' ফুটবলৰ চূড়ান্ত খেল

author img

By

Published : Oct 4, 2019, 1:07 PM IST

4 অক্টোবৰত তিনিচুকীয়া কচুজান খেল পথাৰত পাঞ্জাৱ এফ. চি. আৰু কেৰালা এফ. চিৰ মাজত 'বদৌচা কাপ' ফুটবলৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব ৷ তৃতীয় স্থান নিৰ্ণায়ক মেচত মনিপুৰ এফ. চি. আৰু শ্বিলং এফ. চিৰ মাজত অনুষ্ঠিত মেচত শ্বিলং দলে 2-1 ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয় ৷

'বদৌচা কাপ-2019' ফুটবলৰ চূড়ান্ত খেল

ডুমডুমা, 4 অক্টোবৰ : আন্তৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ একাদশ বাৰ্ষিক 'বদৌচা কাপ' ফুটবলৰ তৃতীয় স্থান নিৰ্ণায়ক খেলখন বৃহস্পতিবাৰে নিশা ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত হয় । মনিপুৰ এফ. চি. আৰু শ্বিলং এফ. চিৰ মাজত অনুষ্ঠিত মেচত শ্বিলং দলে 2-1 ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয় ৷

'বদৌচা কাপ-2019' ফুটবলৰ চূড়ান্ত খেল

আনহাতে, 4 অক্টোবৰৰ দিনা তিনিচুকীয়া কচুজান খেল পথাৰত পাঞ্জাৱ এফ. চি. আৰু কেৰালা এফ. চিৰ মাজত 'বদৌচা কাপ' ফুটবলৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব ৷ চূড়ান্ত খেলখনত অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

Intro:Date: 04-10-2019

Slug: ডুমডুমাত "বদৌচা কাপ-২০১৯'' নৈশ ফুটবল ।

V/O: অান্তৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা একাদশ বাৰ্ষিক "বদৌচা কাপ" ফুটবল প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ণায়ক খেলখন বৃহস্পতিবাৰে নিশা ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত হয় । মনিপুৰ এফ. চি. আৰু চিলং এফ. চি. মাজত অনুষ্ঠিত খেলখনত চিলং দলে মনিপুৰ দলক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে । অন্যহাতে ৪ অক্টোবৰ শুকুৰবাৰে তিনিচুকীয়া কচুজান খেল পথাৰত পাঞ্জাব F.C. আৰু কেৰেলা F.C. ৰ মাজত একাদশ বাৰ্ষিক "বদৌচা কাপ" ফুটবল প্ৰতিযোগিতা খনৰ চুড়ান্ত খেলখন অনুষ্ঠিত হব । চুড়ান্ত খেলখনত অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিতি থাকিব বুলি উদ্যোগতাসকলে জনাইছে ।

Byte: উদ্যোগতা ।Body:Date: 04-10-2019

Byte: উদ্যোগতা ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.