ETV Bharat / city

৩.৩ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

author img

By

Published : Oct 14, 2021, 1:45 PM IST

ৰাজ্যত 3.3 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল লখিমপুৰ ৷

3.3 Magnitude earthquake jolts state
৩.৩ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

তেজপুৰ, ১৪ অক্টোবৰ : বৃহস্পতিবাৰে দুপৰীয়া এক ভূমিকম্পই জোকাৰি যায় ৰাজ্য । ভূমিকম্পৰ উৎপত্তিস্থল আছিল লখিমপুৰ জিলা । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 3.3 ৷ দিনৰ ১১ বাজি ০৬ মিনিটত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি ৷

3.3 Magnitude earthquake jolts state
৩.৩ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি ভূমিকম্পৰ গভীৰতা আছিল ভূ পৃষ্ঠৰ পৰা প্ৰায় ১০ কিলোমিটাৰ গভীৰত ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ লখিমপুৰ আছিল যদিও সমগ্ৰ ৰাজ্যতে সামান্য পৰিমাণে এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

লগতে পঢ়ক : ঢাক-ঢোল, পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে উজ্জীৱিত অভয়াপুৰীৰ পূজাথলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.