ETV Bharat / city

শিৱসাগৰত ৰহস্যজনক অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 5, 2019, 11:09 AM IST

শিৱসাগৰৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱত হেমাঞ্জলী শইকীয়া (15) নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ ৰহস্যজনক অৱস্থাত হাবিৰ মাজৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ ৷

ৰহস্যজনক অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

আমগুৰি, 5 অক্টোবৰ : শিৱসাগৰৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁৱত হেমাঞ্জলী শইকীয়া (15) নামৰ এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ ৰহস্যজনক অৱস্থাত হাবিৰ মাজৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ ৷

পৰ্বতীয়া গাঁৱৰ লোকেশ্বৰ শইকীয়া (দুলাল) নামৰ ব্যক্তিজনৰ কন্যা তথা বৰুৱাপুখুৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰীগৰাকী ৷ উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷

Intro:Body:আমগুৰি ৫ অক্টোবৰ:

শিসাগৰৰ পৰ্বতীয়াত ৰহস্যজনক অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পৰ্বতীয়া গাঁওৰ হেমাঞ্জলী শইকীয়া (১৫) নামৰ কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ৰহস্যজনক অৱস্থাত হাবিৰ মাজৰ এটা পুখুৰীত উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ

লোকেশ্বৰ শইকীয়া (দুলাল) ৰ কন্যা তথা বৰুৱাপুখুৰী হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰীগৰাকী

যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.